ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CA-copgm19 পৃষ্ঠা ৪
  • এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:
  • ২০১৮-২০১৯ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • মিল থকা বিষয়
  • আপুনি সাহসী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয়নে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সাহেৰে একেৰাহে ঈশ্বৰৰ বাক্য ঘোষণা কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সাক্ষ্য দিবলৈ সাহস দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • যিহোৱাই তোমাক সাহসী হʼবলৈ সহায় কৰিব
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আৰু চাওক
২০১৮-২০১৯ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
CA-copgm19 পৃষ্ঠা ৪

এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:

  1. ১. আমি কিয় সম্পূৰ্ণ বিশ্বাসেৰে সাহসৰ বাবে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ? (গীত. ১৩৮:৩)

  2. ২. প্ৰাচীন সময়ৰ ঈশ্বৰৰ বিশ্বাসী সেৱকসকলৰ দৰে আমি কেনেকৈ সাহসী হʼব পাৰোঁ? (পাঁচ. ৪:৩১)

  3. ৩. আমি কেনেকৈ সাহসেৰে ঘোষণা কাৰ্য্য কৰিব পাৰোঁ? (১ থিচ. ২:২)

  4. ৪. বিভিন্ন হেঁচাৰ সন্মুখীন হোৱাৰ সময়ত কিহে আমাক সাহসেৰে কাৰ্য্য কৰিবলৈ সহায় কৰে? (১ পিত. ২:২১-২৩)

  5. ৫. আমি সাহসী হʼলে কি পুৰস্কাৰ লাভ কৰিম? (ইব্ৰী ১০:৩৫)

© 2018 Watch Tower Bible and Tract Society of Pennsylvania

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক