ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মে’ পৃষ্ঠা ৬
  • যিহোৱাই তোমাক সাহসী হʼবলৈ সহায় কৰিব

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাই তোমাক সাহসী হʼবলৈ সহায় কৰিব
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:
    ২০১৮-২০১৯ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • আপুনি সাহসী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয়নে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সাহেৰে একেৰাহে ঈশ্বৰৰ বাক্য ঘোষণা কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সাহসেৰে কাৰ্য্য কৰক
    ২০১৮-২০১৯ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মে’ পৃষ্ঠা ৬
ইসায়েলী ছাৱালীজনীয়ে নামানৰ পৰ লগত কথা পাতিছ

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাই তোমাক সাহসী হʼবলৈ সহায় কৰিব

স্কুলত তুমি এজন যিহোৱাৰ সাক্ষী বুলি পৰিচয় দিবলৈ আৰু যিহোৱা ঈশ্বৰৰ বিষয়ে কʼবলৈ কেতিয়াবা তোমাৰ ভয় লাগে নেকি? যদি ভয় লাগে, তেনেহʼলে যিহোৱাৰ বিষয়ে আনক কʼবলৈ তুমি কেনেকৈ “সাহ” কৰিব পাৰা? (১থিচ ২:২) তুমি কিয় যিহোৱাৰ বিষয়ে আনক কোৱা উচিত? যিহোৱাই তোমাক সাহসী হʼবলৈ সহায় কৰিব নামৰ ভিডিঅʼখন চোৱাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

  1. ৰিংকীয়ে মহান শিক্ষকৰপৰা শিকক নামৰ কিতাপখন জুহীক দিছ; এজন যিহোৱাৰ সাক্ষীয়ে নিজৰ সহপাঠীৰ লগত যুৱক-যুৱতীসকলে সোধা পনৰ ব্যৱহাৰিক উত্তৰ নামৰ কিতাপখন পঢ়িছ

    ১. বাইবেলৰ কোনটো উদাহৰণে ৰিংকীক সাহসী হʼবলৈ সহায় কৰে?

  2. ২. যিহোৱাৰ বিষয়ে কʼবলৈ প্ৰস্তুতি কৰাৰ বাবে ৰিংকীৰ কি লাভ হয়?

  3. ৩. তুমি তোমাৰ সহপাঠীক কিয় যিহোৱাৰ বিষয়ে কোৱা উচিত?

  4. ৪. তোমাৰ যদিও স্কুলৰ পঢ়া শেষ হʼল, তথাপি এই ভিডিঅʼৰপৰা তুমি কি শিক্ষা লাভ কৰিলা?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক