ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ৭৩
  • সাক্ষ্য দিবলৈ সাহস দিয়া

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সাক্ষ্য দিবলৈ সাহস দিয়া
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • আপুনি সাহসী হৈ প্ৰচাৰ কাৰ্য্যত ভাগ লয়নে?
    ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • সাহেৰে একেৰাহে ঈশ্বৰৰ বাক্য ঘোষণা কৰা
    ২০০৫ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক:
    ২০১৮-২০১৯ চনৰ শাখা সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • সাহসেৰে কথা পাতক
    লোকসকলক প্ৰেম কৰক আৰু শিকাওক
আৰু চাওক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ৭৩

গীত নং ৭৩

সাক্ষ্য দিবলৈ সাহস দিয়া

(পাঁচনিৰ কৰ্ম্ম ৪:২৯)

  1. ১. হে যি-হো-ৱা তো-মাৰ না-মক,

    যে-তি-য়া জ-নাওঁ আ-নক,

    ক-ৰোঁ যে-তি-য়া ৰা-জ্যৰ কাম,

    লো-কে ক-ৰে অ-প-মান।

    কি-ন্তু মা-নু-হৰ ভ-য়ত,

    এ-ৰি নি-দিওঁ তো-মাৰ এই কাম।

    নি-জৰ শ-ক্তি দি হে যি-হো-ৱা;

    দি-য়া নি-ৰ্ভ-য়-তাৰ বৰ-দান।

    (কোৰাচ)

    দি-য়া সা-হস আ-মাক ই-মান,

    শ-ক্তি দি ক-ৰা প্ৰ-মাণ।

    ক-ব পা-ৰোঁ যেন আন-লো-কক

    হৰ-মা-গি-দোন যে ও-চৰ।

    ন-হা-লৈ-কে দিন যে তো-মাৰ,

    ক-ৰি থা-কিম প্ৰ-চা-ৰৰ কাম,

    সা-হস দি-য়া এই-দ-ৰে যেন

    ভয় ন-ক-ৰোঁ।

  2. ২. জা-না আ-মাক তু-মি হে যাঃ,

    মা-টি-ৰে নি-ৰ্মিত আ-মি।

    যে-তি-য়া হওঁ আ-মি নি-ৰাশ,

    বি-চা-ৰোঁ সা-হস তো-মাৰ।

    দি-য়া শ-ক্তি যে আ-মাক,

    তু-মি হে স-ৰ্ব-শ-ক্তি-মান।

    হে পি-তা দি-য়া স-হায় আ-মাক,

    সা-হ-সে-ৰে ল-ওঁ নাম তো-মাৰ।

    (কোৰাচ)

    দি-য়া সা-হস আ-মাক ই-মান,

    শ-ক্তি দি ক-ৰা প্ৰ-মাণ।

    ক-ব পা-ৰোঁ যেন আন-লো-কক

    হৰ-মা-গি-দোন যে ও-চৰ।

    ন-হা-লৈ-কে দিন যে তো-মাৰ,

    ক-ৰি থা-কিম প্ৰ-চা-ৰৰ কাম,

    সা-হস দি-য়া এই-দ-ৰে যেন

    ভয় ন-ক-ৰোঁ।

(১ থিচ. ২:২; ইব্ৰী ১০:৩৫ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক