ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm21 পৃষ্ঠা ৮
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
  • ২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • মিল থকা বিষয়
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০২৩ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
CO-pgm21 পৃষ্ঠা ৮

অধিৱেশনত উপস্থিত হোৱা লোকসকলৰ বাবে সূচনা

বাপ্তিষ্মা শনিবাৰৰ ৰাতিপুৱাৰ কাৰ্য্যক্ৰমৰ পাছত বাপ্তিষ্মাৰ বাবে ব্যৱস্থা কৰা হৈছে। আপোনাৰ মণ্ডলীৰ প্ৰাচীনে আপোনাৰ এলেকাৰ পৰিস্থিতিৰ অনুসৰি ইয়াৰ ব্যৱস্থা কৰিছে।

দান-বৰঙণি এই অধিৱেশনৰ কাৰ্য্যক্ৰম ৪০০তকৈ বেছি ভাষাত অনুবাদ কৰা হৈছে। আপোনালোকৰ দানৰ যোগেদি গোটেই বিশ্বজুৰিত আমাৰ কাম ভালদৰে হৈছে। আপুনি donate.jw.org-ৰ যোগেদি অনলাইন দান কৰিব পাৰে। আপোনালোকে দিয়া দানৰ বাবে আমি আপোনালোকক হৃদয়ৰপৰা ধন্যবাদ দিছোঁ। ৰাজ্যৰ কাম আগবঢ়াবলৈ আপোনালোকে উদাৰ মনেৰে দিয়া দানৰ বাবে প্ৰশাসন গোষ্ঠীয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

ভাৰতত দুগৰাকী ভনীয়ে কাৰ্ডৰ যোগেদি এজন ব্যক্তিক প্ৰচাৰ কৰিছে।

ৰাজ্য প্ৰচাৰকসকলৰ বাবে স্কুল যিসকল অগ্ৰগামীৰ বয়স ২৩-ৰপৰা ৬৫-ৰ ভিতৰত আৰু যিজনে নিজৰ ঘোষণা কাৰ্য্য বৃদ্ধি কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে মণ্ডলীৰ চেক্ৰেটেৰিৰ লগত যোগাযোগ কৰি ৰাজ্য প্ৰচাৰকসকলৰ বাবে স্কুলত উপস্থিত হʼবলৈ অনলাইন ফৰ্মখন পূৰ কৰিব পাৰে।

যিহোৱাৰ সাক্ষীসকলৰ প্ৰশাসন গোষ্ঠীৰ দ্বাৰা ব্যৱস্থা কৰা হয়

© 2021 Watch Tower Bible and Tract Society of Pennsylvania

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক