দেওবাৰ
‘যদি বিশ্বাস কৰা, তেন্তে সকলোকে পাবা’—মথি ২১:২১, ২২
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ১৩৭ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: দৃঢ় বিশ্বাস থকা তিৰোতাসকলৰ দৰে হওক!
• চাৰা (ইব্ৰী ১১:১১, ১২)
• ৰাহব (ইব্ৰী ১১:৩১)
• হান্না (১ চমূৱেল ১:১০, ১১)
• এজনী সৰু ইস্ৰায়েলী ছোৱালী (২ ৰাজাৱলি ৫:১-৩)
• যীচুৰ মাতৃ মৰিয়ম (লূক ১:২৭-৩৩, ৩৮)
• এগৰাকী কনানীয়া তিৰোতা (মথি ১৫:২৮)
• মাৰ্থা (যোহন ১১:২১-২৪)
• বৰ্তমান সময়ৰ ভনীসকল (গীতমালা ৩৭:২৫; ১১৯:৯৭, ৯৮)
১১:০৫ গীতৰ সংখ্যা ১৪২ আৰু ঘোষণা
১১:১৫ জন ভাষণ: ‘ৰাজ্যৰ শুভবাৰ্ত্তাত বিশ্বাস কৰক’ (মাৰ্ক ১:১৪, ১৫; মথি ৯:৩৫; লূক ৮:১)
১১:৪৫ গীতৰ সংখ্যা ২২ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ১২৬
১:৫০ নাটক: দানিয়েল—জীৱনজুৰি বিশ্বাসৰ এক ভাল উদাহৰণ—ভাগ ২ (দানিয়েল ৫:১–৬:২৮; ১০:১–১২:১৩)
২:৪০ গীতৰ সংখ্যা ১৫০ আৰু ঘোষণা
২:৪৫ বিশ্বাসে আপোনাক বলৱন্ত কৰে! (দানিয়েল ১০:১৮, ১৯; ৰোমীয়া ৪:১৭-২১)
৩:৪৫ ভিডিঅʼ গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা