ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm25 পৃষ্ঠা ৬-৭
  • দেওবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দেওবাৰ
  • ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • দেওবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • শনিবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm25 পৃষ্ঠা ৬-৭
ছবি: দেওবাৰৰ কাৰ্য্যক্ৰমৰ আভাস। ১. চমৰীয়া তিৰোতাগৰাকী নাদৰ ওচৰত আছে। ২. যীচুৱে নিজৰ হাতত এখন নুৰালৈ সভাঘৰত শিকাই আছে।

দেওবাৰ

“পবিত্ৰ শক্তি আৰু সত্যতাৰে পিতৃৰ উপাসনা” কৰক—যোহন ৪:২৩

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীত নং ১৪০ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: যীচুৰ মাত শুনক আৰু শিকক

    • • “পানী আৰু পবিত্ৰ শক্তিৰে জন্ম” (যোহন ৩:৩, ৫)

    • • “কোনো মানুহ স্বৰ্গলৈ যোৱা নাই” (যোহন ৩:১৩)

    • • “পোহৰলৈ আহে” (যোহন ৩:১৯-২১)

    • • “ময়েই সেইজন” (যোহন ৪:২৫, ২৬)

    • • “মোৰ আহাৰ” (যোহন ৪:৩৪)

    • • ‘পথাৰৰ শস্য দাবলৈ পকি গৈছে’ (যোহন ৪:৩৫)

  • ১১:০৫ গীত নং ৩৭ আৰু ঘোষণা

  • ১১:১৫ জন ভাষণ: আপুনি যি বিশ্বাস কৰে, সেয়া কিয় বিশ্বাস কৰে জানেনে? (যোহন ৪:২০-২৪)

  • ১১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ১২:১৫ গীত নং ৮৪ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীত নং ৭৭

  • ১:৫০ বাইবেল আধাৰিত ড্ৰামা:

    যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ৩

    “ময়েই সেইজন” (যোহন ৩:১–৪:৫৪; মথি ৪:১২-২০; মাৰ্ক ১:১৯, ২০; লূক ৪:১৬–৫:১১)

  • ২:৩৫ গীত নং ২০ আৰু ঘোষণা

  • ২:৪৫ আমি কি শিকিলোঁ?

  • ২:৫৫ যিহোৱাৰ মহান মন্দিৰত উপাসনা কৰি থাকক! (ইব্ৰী ১০:২১-২৫; ১৩:১৫, ১৬; ১ পিতৰ ১:১৪-১৬; ২:২১)

  • ৩:৪৫ ভিডিঅʼ গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক