গীত নং ৩৭
মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰা
১. হে যি-হো-ৱা পি-তা আ-মাৰ,
পা-লন ক-ৰিম মই আ-জ্ঞা তো-মাৰ।
মোৰ এই ভ-ক্তি তো-মাৰ বা-বে;
প্ৰাণ-প-নে ক-ৰোঁ সে-ৱা তো-মাৰ।
য-দি তো-মাৰ ব্য-ৱ-স্থাত চ-লোঁ;
সু-ৰ-ক্ষিত অ-নু-ভৱ ক-ৰোঁ!
(কোৰাচ)
হে যি-হো-ৱা পি-তা ম-হান;
তো-মাক স-দায় আ-মি দিওঁ স-ন্মান।
২. জোন, বে-লি, ধ-ৰ-ণী, আ-কাশ,
গাই আ-ন-ন্দে-ৰে গান যে তো-মাৰ।
পি-তা এ-য়া মোৰ কা-ম-না,
ক-ৰি যাওঁ তো-মাৰ আ-ৰা-ধ-না।
স-ত্য উ-পা-সক হৈ আ-জি মই,
বি-শ্বা-সী হৈ থা-কিম তো-মাৰ।
(কোৰাচ)
হে যি-হো-ৱা পি-তা ম-হান;
তো-মাক স-দায় আ-মি দিওঁ স-ন্মান।
(দ্বিতী. ৬:১৫; গীত. ৪০:৮; ১১৩:১-৩; ১১৩:১-৩; উপ. ৫:৪; যোহ. ৪:৩ পদবোৰো চাওক।)