ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm24 পৃষ্ঠা ৬-৭
  • দেওবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দেওবাৰ
  • ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • দেওবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • দেওবাৰ
    ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • দেওবাৰ
    ২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm24 পৃষ্ঠা ৬-৭
ছবি: দেওবাৰৰ কাৰ্য্যক্ৰমৰ আভাস। ১. জখৰিয়া আৰু এলিচাবেৎ। ২. যোচেফ এখন কাঠমিস্ত্ৰীৰৰ দোকানত আছে আৰু সৰু যীচুক ধৰি আছে। ৩. যীচুৱে স্বৰ্গৰ পৰা তললৈ চাই আছে।

দেওবাৰ

“. . . আৰু ইয়াৰ পাছতহে অন্ত আহিব”—মথি ২৪:১৪

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীত নং ৮৪ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: শুভবাৰ্তাত বিশ্বাস কৰা লোকসকলক অনুকৰণ কৰক

    • • জখৰিয়া (ইব্ৰী ১২:৫, ৬)

    • • এলিচাবেৎ (১ থিচলনীকীয়া ৫:১১)

    • • মৰিয়ম (গীতমালা ৭৭:১২)

    • • যোচেফ (হিতোপদেশ ১:৫)

    • • চিমিয়োন আৰু হান্না (১ বংশাৱলি ১৬:৩৪)

    • • যীচু (যোহন ৮:৩১, ৩২)

  • ১১:০৫ গীত নং ৬৫ আৰু ঘোষণা

  • ১১:১৫ জন ভাষণ: বেয়া খবৰ শুনি আমি কিয় ভয় নাখাওঁ? (গীতমালা ১১২:১-১০)

  • ১১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ১২:১৫ গীত নং ৬১ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীত নং ১২২

  • ১:৫০ নাটকৰ আকাৰত বাইবেল পঢ়া: ‘দেৰি আৰু নহব’ (প্ৰকাশিত বাক্য ১০:৬)

  • ২:২০ গীত নং ১২৬ আৰু ঘোষণা

  • ২:৩০ আমি কি শিকিলোঁ?

  • ২:৪০ ‘শুভবাৰ্তাক ধৰি ৰাখক’—কিয় আৰু কেনেকৈ? (১ কৰিন্থীয়া ২:১৬; ১৫:১, ২, ৫৮; মাৰ্ক ৬:৩০-৩৪)

  • ৩:৩০ ভিডিঅʼ গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক