ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm20 পৃষ্ঠা ৬-৭
  • দেওবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দেওবাৰ
  • ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • মিল থকা বিষয়
  • দেওবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২৩ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
CO-pgm20 পৃষ্ঠা ৬-৭
ছবি: ১. এহাল বৃদ্ধ দম্পতীয়ে গাড়ীত বহি আছে। তেওঁলোকে হাঁহি মুখে এজন ব্যক্তিৰ লগত হাত মিলাইছে। ২. বাইবেলৰ সময়ত এটা পৰিয়ালে যিৰূচালেম মন্দিৰৰ চোতালত থিয় হৈ আছে।

দেওবাৰ

“যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব”—গীতমালা ৩৭:৪

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ২২ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: আমি আনন্দত থাকিব পাৰোঁ . . .

    • • ক্লেশৰ সত্ত্বেও (ৰোমীয়া ৫:​৩-৫; ৮:​৩৫, ৩৭)

    • • নিৰাশাৰ সত্ত্বেও (২ কৰিন্থীয়া ৪:৮; ৭:৫)

    • • তাড়নাৰ সত্ত্বেও (মথি ৫:​১১, ১২)

    • • অভাৱ হোৱাৰ সত্ত্বেও (ফিলিপীয়া ৪:​১১-১৩)

    • • বস্ত্ৰহীন হোৱাৰ সত্ত্বেও (১ কৰিন্থীয়া ৪:​১১, ১৬)

    • • বিপদৰ সত্ত্বেও (২ কৰিন্থীয়া ১:​৮-১১)

    • • তৰোৱাল থকাৰ সত্ত্বেও (২ তীমথিয় ৪:​৬-৮)

  • ১১:১০ গীতৰ সংখ্যা ৯ আৰু ঘোষণা

  • ১১:২০ জন ভাষণ: কোনো দুখ-কষ্ট নোহোৱাকৈ কেনেকৈ আনন্দ উপভোগ কৰিব পাৰি? (হিতোপদেশ ১০:২২; ১ তীমথিয় ৬:​৯, ১০; প্ৰকাশিত বাক্য ২১:​৩-৫)

  • ১১:৫০ প্ৰহৰীদুৰ্গৰ সাৰাংশ

  • ১২:২০ গীতৰ সংখ্যা ৮৪ আৰু বিৰতি

আবেলি

  • ১:৪০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৫০ গীতৰ সংখ্যা ৬২

  • ১:৫৫ নাটক: নহিমিয়া: “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”​—ভাগ ২ (নহিমিয়া ৮:১–১৩:৩০; মলাখী ১:৬–৩:১৮)

  • ২:৪০ গীতৰ সংখ্যা ৭১ আৰু ঘোষণা

  • ২:৫০ “যিহোৱাত হৰ্ষ কৰা”! (গীতমালা ১৬:​৮, ৯, ১১; ৩৭:৪)

  • ৩:৫০ নতুন মূল গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক