শনিবাৰ
“তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচাৰোঁতাবিলাকৰ চিত্তে আনন্দ কৰক”—গীতমালা ১০৫:৩
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ৫৩ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক —নিজৰ দক্ষতা উন্নতি কৰক
• প্ৰশ্ন সোধক (যাকোব ১:১৯)
• ঈশ্বৰৰ বাক্য ভালদৰে ব্যৱহাৰ কৰক (ইব্ৰী ৪:১২)
• উদাহৰণ দি মুখ্য বিষয়বোৰ বুজাওক (মথি ১৩:৩৪, ৩৫)
• উৎসাহেৰে শিক্ষা দিয়ক (ৰোমীয়া ১২:১১)
• সহানুভূতি দেখুৱাওক (১ থিচলনীকীয়া ২:৭, ৮)
• হৃদয় স্পৰ্ষ কৰক (হিতোপদেশ ৩:১)
১০:৫০ গীতৰ সংখ্যা ৫৮ আৰু ঘোষণা
১১:০০ পৰিচৰ্চ্চা: শিষ্য বনোৱা কাৰ্য্যত আনন্দ উপভোগ কৰক —যিহোৱাৰ সহায় গ্ৰহণ কৰক
• অনুসন্ধানৰ সঁজুলি (১ কৰিন্থীয়া ৩:৯; ২ তীমথিয় ৩:১৬, ১৭)
• আমাৰ ভাই-ভনী (ৰোমীয়া ১৬:৩, ৪; ১ পিতৰ ৫:৯)
• প্ৰাৰ্থনা (গীতমালা ১২৭:১)
১১:৪৫ বহুতো আনন্দ কঢ়িয়াই অনা পদক্ষেপ (হিতোপদেশ ১১:২৪; প্ৰকাশিত বাক্য ৪:১১)
১২:১৫ গীতৰ সংখ্যা ৭৯ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ৭৬
১:৫০ আমাৰ ভাই-ভনীসকলে শিষ্য বনোৱা কাৰ্য্যত কেনেকৈ আনন্দ লাভ কৰিছে . . .
• আফ্ৰিকাত
• এছিয়াত
• ইউৰোপত
• উত্তৰ আমেৰিকাত
• ওছেনিয়াত
• দক্ষিণ আমেৰিকাত
২:৩৫ পৰিচৰ্চ্চা: নিজৰ বাইবেল বিদ্যাৰ্থীক . . .
• অধ্যয়ন কৰিবলৈ শিকাওক (মথি ৫:৩; যোহন ১৩:১৭)
• সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক (গীতমালা ৬৫:৪)
• বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক (হিতোপদেশ ১৩:২০)
• বেয়া অভ্যাসবোৰ ত্যাগ কৰিবলৈ শিকাওক (ইফিচীয়া ৪:২২-২৪)
• যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ শিকাওক (১ যোহন ৪:৮, ১৯)
৩:৩০ গীতৰ সংখ্যা ১১০ আৰু ঘোষণা
৩:৪০ নাটক: নহিমিয়া: “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”—ভাগ ১ (মহিমিয়া ১:১–৬:১৯)
৪:১৫ শিষ্য বনোৱা কাৰ্য্যত এনে দক্ষতা উন্নতি কৰক, যি নতুন পৃথিৱীত ব্যৱহাৰ কৰিব পাৰি (যিচয়া ১১:৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫)
৪:৫০ গীতৰ সংখ্যা ১৪০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা