ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm21 পৃষ্ঠা ৪-৫
  • শনিবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শনিবাৰ
  • ২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • মিল থকা বিষয়
  • শনিবাৰ
    ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • শুক্ৰবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • শনিবাৰ
    ২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
আৰু চাওক
২০২১ চনৰ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
CO-pgm21 পৃষ্ঠা ৪-৫
ছবি: ১. এগৰাকী ভনীয়ে তাইৰ লʼৰা আৰু ছোৱালীৰ লগত কথা পাতিছে। ২. দুজনী ভনীয়ে এছিয়াৰ এখন গাঁৱত প্ৰচাৰ কৰিছে। ৩. দানিয়েল আৰু তেওঁৰ তিনিজন ইব্ৰী বন্ধুৱে বাবিলৰ ৰজাৰ আগত থিয় হৈছে।

শনিবাৰ

‘বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক’—যিহূদা ৩

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৫৭ আৰু প্ৰাৰ্থনা

  • ৯:৪০ পৰিচৰ্চ্চা: মনত ৰাখক—যিকোনো লোকে সত্য গ্ৰহণ কৰিব পাৰে

    • • নীনবিৰ লোক (যোনা ৩:৫)

    • • যীচুৰ ভাইসকল (১ কৰিন্থীয়া ১৫:৭)

    • • উচ্চ পদত থকা লোক (ফিলিপীয়া ৩:৭, ৮)

    • • ঈশ্বৰক বিশ্বাস নকৰা লোক (ৰোমীয়া ১০:১৩-১৫; ১ কৰিন্থীয়া ৯:২২)

  • ১০:৩০ দুখ-কষ্ট নথকা এক অনন্ত জীৱন! কিতাপখনৰপৰা লোকসকলৰ বিশ্বাস বঢ়াওক (যোহন ১৭:৩)

  • ১০:৫০ গীতৰ সংখ্যা ৬৭ আৰু ঘোষণা

  • ১১:০০ পৰিচৰ্চ্চা: তেওঁলোকে বিশ্বাসৰ বাবে মনে-প্ৰাণে সংঘৰ্ষ কৰি আছে . . .

    • • যিসকলৰ জীৱন-সংগী সত্যত নাই (ফিলিপীয়া ৩:১৭)

    • • যিসকলৰ কেৱল পিতৃ বা মাতৃ সত্যত আছে (২ তীমথিয় ১:৩, ৪)

    • • অবিবাহিত ভাই-ভনীসকল (১ কৰিন্থীয়া ১২:২৫)

  • ১১:৪৫ বাপ্তিষ্মা: বিশ্বাস দৃঢ় কৰি অনন্ত জীৱন লাভ কৰক! (মথি ১৭:২০; যোহন ৩:১৬; ইব্ৰী ১১:৬)

  • ১২:১৫ গীতৰ সংখ্যা ৭৯ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ২৪

  • ১:৫০ পৰিচৰ্চ্চা: আমাৰ ভাই-ভনীসকলে কেনেকৈ বিশ্বাস দেখুৱাইছে . . .

    • • আফ্ৰিকাত

    • • এছিয়াত

    • • ইউৰোপত

    • • উত্তৰ আমেৰিকাত

    • • ওছেনিয়াত

    • • দক্ষিণ আমেৰিকাত

  • ২:১৫ পৰিচৰ্চ্চা: বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক

    • • নতুন ভাষা শিকক (১ কৰিন্থীয়া ১৬:৯)

    • • প্ৰচাৰকৰ বেছি প্ৰয়োজন হোৱা ঠাইলৈ যাওক (ইব্ৰী ১১:৮-১০)

    • • ৰাজ্য প্ৰচাৰকৰ স্কুললৈ যাওক (১ কৰিন্থীয়া ৪:১৭)

    • • সংগঠনৰ নিৰ্মাণ কামত ভাগ লওক (নহিমিয়া ১:২, ৩; ২:৫)

    • • যিহোৱাৰ কামৰ বাবে অলপ ‘সাঁচি ৰাখক’ (১ কৰিন্থীয়া ১৬:২)

  • ৩:১৫ গীতৰ সংখ্যা ৮৪ আৰু ঘোষণা

  • ৩:২০ নাটক: দানিয়েল—জীৱনজুৰি বিশ্বাসৰ এক ভাল উদাহৰণ—ভাগ ১ (দানিয়েল ১:১–২:৪৯; ৪:১-৩৩)

  • ৪:২০ ‘বিশ্বাসৰ পক্ষে সংঘৰ্ষ কৰক’ (যিহূদা ৩; হিতোপদেশ ১৪:১৫; ৰোমীয়া ১৬:১৭)

  • ৪:৫৫ গীতৰ সংখ্যা ৩৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক