শনিবাৰ
“প্ৰেম আচৰণ কৰা”—ইফিচীয়া ৫:২
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ৮৫ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: মণ্ডলীত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক
দায়িত্বত থকা লোকসকলক (১ থিচলনীকীয়া ৫:১২, ১৩)
বিধৱা আৰু পিতৃহীনসকলক (যাকোব ১:২৭)
বৃদ্ধ লোকসকলক (লেবীয়া পুস্তক ১৯:৩২)
পূৰ্ণ-সময়ৰ সেৱকসকলক (১ থিচলনীকীয়া ১:৩)
আন দেশৰপৰা অহা লোকসকলক (লেবীয়া পুস্তক ১৯:৩৪; ৰোমীয়া ১৫:৭)
১০:৫০ গীতৰ সংখ্যা ৫৮ আৰু ঘোষণা
১১:০০ পৰিচৰ্চ্চা: ঘোষণা কাৰ্য্যত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক
যিহোৱাৰ প্ৰতি প্ৰেম দেখুৱাওক (১ যোহন ৫:৩)
আপোনাৰ “চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম” কৰক (মথি ২২:৩৯)
যিহোৱাৰ বাক্যক প্ৰেম কৰক (গীতমালা ১১৯:৯৭; মথি ১৩:৫২)
১১:৪৫ যীচুৰপৰা প্ৰেমৰ বিষয়ে শিকক (মথি ১১:২৮-৩০)
১২:১৫ গীতৰ সংখ্যা ৫২ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ৮৪
১:৫০ পৰিচৰ্চ্চা: আমাৰ ভাইসকলে কেনেকৈ নিঃস্বাৰ্থ প্ৰেম দেখুৱাইছে . . .
আফ্ৰিকাত (আদিপুস্তক ১৬:১৩)
এছিয়াত (পাঁচনিৰ কৰ্ম্ম ২:৪৪)
ইউৰোপত (যোহন ৪:৩৫)
উত্তৰ আমেৰিকাত (১ কৰিন্থীয়া ৯:২২)
ওছেনিয়াত (গীতমালা ৩৫:১৮)
দক্ষিণ আমেৰিকা (পাঁচনিৰ কৰ্ম্ম ১:৮)
২:৫৫ পৰিচৰ্চ্চা: পৰিয়ালত নিঃস্বাৰ্থ প্ৰেম দেখুৱাওক
নিজৰ পত্নীক প্ৰেম কৰক (ইফিচীয়া ৫:২৮, ২৯)
নিজৰ স্বামীক প্ৰেম কৰক (ইফিচীয়া ৫:৩৩; ১ পিতৰ ৩:১-৬)
নিজৰ লʼৰা-ছোৱালীক প্ৰেম কৰক (তীত ২:৪)
৩:৩৫ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা
৩:৪৫ নাটক: যোচিয়াৰ কাহিনী: যিহোৱাক প্ৰেম কৰা; দুষ্টতাক ঘিণ কৰা—ভাগ ১ (২ বংশাৱলি ৩৩:১০-২৪; ৩৪:১, ২)
৪:১৫ প্ৰেম দেখুৱাবলৈ নিজৰ লʼৰা-ছোৱালীক শিক্ষা দিয়ক (২ তীমথিয় ৩:১৪, ১৫)
৪:৫০ গীতৰ সংখ্যা ১৩৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা