ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm19 পৃষ্ঠা ২-৩
  • শুক্ৰবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুক্ৰবাৰ
  • ২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • মিল থকা বিষয়
  • শুক্ৰবাৰ
    ২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শনিবাৰ
    ২০১৭ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
CO-pgm19 পৃষ্ঠা ২-৩
বিভিন্ন ধৰণৰ ফল-মূল

শুক্ৰবাৰ

‘পৰস্পৰে প্ৰেম কৰিবলৈ ঈশ্বৰে শিক্ষা দিয়ে’—১ থিচলনীকীয়া ৪:৯

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ১০৫ আৰু প্ৰাৰ্থনা

  • ৯:৪০ চেয়াৰমেনৰ পৰিচয়: “প্ৰেম কেতিয়াও লুপ্ত নহব”—কেনেকৈ? (ৰোমীয়া ৮:৩৮, ৩৯; ১ কৰিন্থীয়া ১৩:১-৩, ৮, ১৩)

  • ১০:১৫ পৰিচৰ্চ্চা: প্ৰকৃত সফলতা দিব নোৱাৰা বস্তুবোৰৰপৰা সাৱধান হওক!

    • ধন-সম্পত্তি (মথি ৬:২৪)

    • সুখ্যাতি (উপদেশক ২:১৬, ১৭; ৰোমীয়া ১২:১৬)

    • মানৱীয় জ্ঞান (ৰোমীয়া ১২:১, ২)

    • শক্তি আৰু সৌন্দৰ্য্যতা (হিতোপদেশ ৩১:৩০; ১ পিতৰ ৩:৩, ৪)

  • ১১:০৫ গীতৰ সংখ্যা ৪০ আৰু ঘোষণা

  • ১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: যিহোৱা ঈশ্বৰে আনুগত্য প্ৰেম দেখুৱায় (আদিপুস্তক ৩৭:১-৩৬; ৩৯:১–৪৭:১২)

  • ১১:৪৫ যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰক প্ৰেম কৰা লোকসকলক প্ৰেম কৰে (মথি ২৫:৪০; যোহন ১৪:২১; ১৬:২৭)

  • ১২:১৫ গীতৰ সংখ্যা ২০ আৰু বিৰতি

আবেলি

  • ১:২৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৩৫ গীতৰ সংখ্যা ১০৭

  • ১:৪০ পৰিচৰ্চ্চা: প্ৰেম কেতিয়াও লুপ্ত নহব . . .

    • পিতৃ-মাতৃৰপৰা প্ৰেম নাপালেও (গীতমালা ২৭:১০)

    • কৰ্ম্মক্ষেত্ৰৰ কঠিন পৰিৱেশৰ মাজতো (১ পিতৰ ২:১৮-২০)

    • স্কুলৰ অনৈতিক পৰিৱেশৰ মাজতো (১ তীমথিয় ৪:১২)

    • দীৰ্ঘ দিন ধৰি ৰোগত ভুগী থকাৰ সত্ত্বেও (২ কৰিন্থীয়া ১২:৯, ১০)

    • অভাৱ হোৱাৰ সত্ত্বেও (ফিলিপীয়া ৪:১২, ১৩)

    • পৰিয়ালৰপৰা অহা বাধাৰ সত্ত্বেও (মথি ৫:৪৪)

  • ২:৫০ গীতৰ সংখ্যা ১৪১ আৰু ঘোষণা

  • ৩:০০ পৰিচৰ্চ্চা: সৃষ্টিয়ে যিহোৱাৰ প্ৰেম প্ৰকাশ কৰে

    • আকাশ-মণ্ডল (গীতমালা ৮:৩, ৪; ৩৩:৬)

    • পৃথিৱী (গীতমালা ৩৭:২৯; ১১৫:১৬)

    • গছ-গছনি (আদিপুস্তক ১:১১, ২৯; ২:৯, ১৫; পাঁচনিৰ কৰ্ম্ম ১৪:১৬, ১৭)

    • জীৱ-জন্তু (আদিপুস্তক ১:২৭; মথি ৬:২৬)

    • মানৱ শৰীৰ (গীতমালা ১৩৯:১৪; উপদেশক ৩:১১)

  • ৩:৫৫ “প্ৰভুৱে [যিহোৱাই] যাক প্ৰেম কৰে তেওঁক শাস্তি দিয়ে” (ইব্ৰী ১২:৫-১১; গীতমালা ১৯:৭, ৮, ১১)

  • ৪:১৫ “প্ৰেমক পিন্ধা” (কলচীয়া ৩:১২-১৪)

  • ৪:৫০ গীতৰ সংখ্যা ১৩০ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক