ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm22 পৃষ্ঠা ২-৩
  • শুক্ৰবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুক্ৰবাৰ
  • ২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • শনিবাৰ
    ২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • দেওবাৰ
    ২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • দেওবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm22 পৃষ্ঠা ২-৩
নীলা আৰু সেউজীয়া ৰঙৰ আকাৰ

শুক্ৰবাৰ

“যিহোৱাই নিজৰ প্ৰজাবিলাকক শান্তি দি আশীৰ্ব্বাদ কৰিব”—গীতমালা ২৯:১১

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ৮৬ আৰু প্ৰাৰ্থনা

  • ৯:৪০ চেয়াৰমেনৰ পৰিচয়: যিহোৱা “শান্তি দিওঁতা ঈশ্বৰ” (ৰোমীয়া ১৫:৩৩ NW; ফিলিপীয়া ৪:৬, ৭)

  • ১০:১০ পৰিচৰ্চ্চা: প্ৰেমে প্ৰকৃত শান্তি কঢ়িয়াই আনে

    • • ঈশ্বৰৰ প্ৰতি থকা প্ৰেম (মথি ২২:৩৭, ৩৮; ৰোমীয়া ১২:১৭-১৯)

    • • ওচৰ চুবুৰীয়াৰ প্ৰতি থকা প্ৰেম (মথি ২২:৩৯; ৰোমীয়া ১৩:৮-১০)

    • • ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা প্ৰেম (গীতমালা ১১৯:১৬৫, ১৬৭, ১৬৮)

  • ১১:০৫ গীতৰ সংখ্যা ২৪ আৰু ঘোষণা

  • ১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: যাকোব—তেওঁ অশান্তি নহয়, শান্তি ভাল পাইছিল (আদিপুস্তক ২৬:১২–৩৩:১১)

  • ১১:৪৫ ‘ধাৰ্মিকতাৰ ফল শান্তি হʼব’ (যিচয়া ৩২:১৭; ৬০:২১, ২২)

  • ১২:১৫ গীতৰ সংখ্যা ৯৭ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীতৰ সংখ্যা ১৪৪

  • ১:৫০ পৰিচৰ্চ্চা: শান্তিৰ বিষয়ে ঈশ্বৰে কৰা প্ৰতিজ্ঞাৰ ওপৰত আনন্দিত হওক

    • • “মোৰ দাসবিলাকে হলে ভোজন কৰিব . . . মোৰ দাসবিলাকে হলে পান কৰিব” (যিচয়া ৬৫:১৩, ১৪)

    • • ‘লোকবিলাকে ঘৰ সাজিব . . . আৰু দ্ৰাক্ষাবাৰী পাতিবʼ (যিচয়া ৬৫:২১-২৩)

    • • “ৰাংকুকুৰ আৰু ভেড়া পোৱালি একে ঠাইতে চৰিব” (যিচয়া ১১:৬-৯; ৬৫:২৫)

    • • “মই নৰিয়া, এই বুলি নগৰ-নিবাসীয়ে নকব” (যিচয়া ৩৩:২৪; ৩৫:৫, ৬)

    • • ‘তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিবʼ (যিচয়া ২৫:৭, ৮)

  • ২:৫০ গীতৰ সংখ্যা ৩৫ আৰু ঘোষণা

  • ৩:০০ পৰিচৰ্চ্চা: পৰিয়ালৰ শান্তিৰ বাবে পথপ্ৰদৰ্শকৰ মতে চলক

    • • প্ৰেম আৰু সন্মান দেখুৱাওক (ৰোমীয়া ১২:১০)

    • • মুকলিভাৱে কথা পাতক (ইফিচীয়া ৫:১৫, ১৬)

    • • একেলগে মিলি কাম কৰক (মথি ১৯:৬)

    • • একেলগে মিলি যিহোৱাৰ উপাসনা কৰক (যিহোচূৱা ২৪:১৫)

  • ৩:৫৫ ‘শান্তিৰ শাসকক‘ মনে-প্ৰাণে সমৰ্থন কৰক (যিচয়া ৯:৬, ৭; তীত ৩:১, ২)

  • ৪:১৫ এই জগতৰ মিছা শান্তিত ভুল নাযাব! (মথি ৪:১-১১; যোহন ১৪:২৭; ১ থিচলনীকীয়া ৫:২, ৩)

  • ৪:৫০ গীতৰ সংখ্যা ১১২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক