শনিবাৰ
“তোমালোকে . . . নিষ্কলংক আৰু নিৰ্দ্দোষী হৈ, শান্তিৰে প্ৰকাশিত হোৱা”—২ পিতৰ ৩:১৪
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ৫৮ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: শান্তিৰ “শুভবাৰ্ত্তা প্ৰচাৰ” কৰিবলৈ সাজু থাকক
• নিজৰ উৎসাহ বজাই ৰাখক (ৰোমীয়া ১:১৪, ১৫)
• ভালদৰে প্ৰস্তুত কৰক (২ তীমথিয় ২:১৫)
• সুযোগ বিচাৰি কথা পাতক (যোহন ৪:৬,৭, ৯, ২৫, ২৬)
• আগ্ৰহী লোকৰ লগত পুনৰ কথা পাতক (১ কৰিন্থীয়া ৩:৬)
• উন্নতি কৰি থাকিবলৈ বিদ্যাৰ্থীক সহায় কৰক (ইব্ৰী ৬:১)
১০:৪০ ডেকা সকল—শান্তিৰ পথক বাছনি কৰক! (মথি ৬:৩৩; লূক ৭:৩৫; যাকোব ১:৪)
১১:০০ গীতৰ সংখ্যা ১৩৫ আৰু ঘোষণা
১১:১০ ভিডিঅʼ: আমাৰ ভাই-ভনীয়ে কেনেকৈ প্ৰকৃত শান্তি লাভ কৰিছে . . .
• বিৰোধৰ সত্ত্বেও
• বেমাৰ অৱস্থাতো
• আৰ্থিক সমস্যাৰ সত্ত্বেও
• প্ৰাকৃতিক দুৰ্যোগৰ সত্ত্বেও
১১:৪৫ বাপ্তিষ্মা: ‘শান্তিৰ পথত’ চলি থাকক (লূক ১:৭৯; ২ কৰিন্থীয়া ৪:১৬-১৮; ১৩:১১)
১২:১৫ গীতৰ সংখ্যা ৫৪ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ২৯
১:৫০ পৰিচৰ্চ্চা: শান্তি ভঙা কথাৰ পৰা আঁতৰি থাকক
• ফিতাহি মৰা (ইফিচীয়া ৪:২২; ১ কৰিন্থীয়া ৪:৭)
• ঈৰ্ষা (যাকোব ৩:১৪, ১৫)
• অসদাচাৰ (ইফিচীয়া ৪:২৫)
• পৰচৰ্চা (হিতোপদেশ ১৫:২৮)
• অনিয়ন্ত্ৰিত খং (যাকোব ১:১৯)
২:৪৫ নাটক: যিহোৱাই আমাক শান্তিৰ বাটত লৈ যায়—ভাগ ১ (যিচয়া ৪৮:১৭, ১৮)
৩:১৫ গীতৰ সংখ্যা ১৩০ আৰু ঘোষণা
৩:২৫ পৰিচৰ্চ্চা: “শান্তি বিচাৰি, তাক খেদি যাওক”—কেনেকৈ?
• হঠাতে খং নকৰিব (হিতোপদেশ ১৯:১১; উপদেশক ৭:৯; ১ পিতৰ ৩:১১)
• ক্ষমা খোজক (মথি ৫:২৩, ২৪; পাঁচনিৰ কৰ্ম্ম ২৩:৩-৫)
• হৃদয়েৰে ক্ষমা কৰক (কলচীয়া ৩:১৩)
• ভাবি-চিন্তি কথা পাতক (হিতোপদেশ ১২:১৮; ১৮:২১)
৪:১৫ “শান্তিৰ” বান্ধোনক বজাই ৰাখক যিয়ে আমাক একতাত বান্ধি ৰাখে! (ইফিচীয়া ৪:১-৬)
৪:৫০ গীতৰ সংখ্যা ১১৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা