শুক্ৰবাৰ
‘এটা ভাল খবৰ যাৰ পৰা সকলোৱে বহুত আনন্দিত হʼব’—লূক ২:১০
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীত নং ১৫০ আৰু প্ৰাৰ্থনা
৯:৪০ চেয়াৰমেনৰ পৰিচয়: আমাক কিয় শুভবাৰ্তাৰ প্ৰয়োজন? (১ কৰিন্থীয়া ৯:১৬; ১ তীমথিয় ১:১২)
১০:১০ ভিডিঅʼ ড্ৰামা:
যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ১
জগতলৈ সত্য পোহৰ আহে—ভাগ ১ (মথি ১:১৮-২৫; লূক ১:১-৮০; যোহন ১:১-৫)
১০:৪৫ গীত নং ৯৬ আৰু ঘোষণা
১০:৫৫ পৰিচৰ্চ্চা: ‘তেওঁলোকে পবিত্ৰ শক্তিৰ দ্বাৰা চালিত হৈছিল’
• মথি (২ পিতৰ ১:২১)
• মাৰ্ক (মাৰ্ক ১০:২১)
• লূক (লূক ১:১-৪)
• যোহন (যোহন ২০:৩১)
১২:১০ গীত নং ১১০ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীত নং ১১৭
১:৫০ পৰিচৰ্চ্চা: যীচুৰ বিষয়ে সত্যতা
• বাক্য (যোহন ১:১; ফিলিপীয়া ২:৮-১১)
• তেওঁৰ নামৰ অৰ্থ (পাঁচনিৰ কৰ্ম্ম ৪:১২)
• তেওঁৰ জন্ম (মথি ২:১, ২, ৭-১২, ১৬)
২:৩০ গীত নং ৯৯ আৰু ঘোষণা
২:৪০ পৰিচৰ্চ্চা: যীচুৱে বাস কৰা দেশৰ বিষয়ে জানক
• ভূগোল (দ্বিতীয় বিবৰণ ৮:৭)
• খাদ্যবস্তু (লূক ১১:৩; ১ কৰিন্থীয়া ১০:৩১)
• ঘৰুৱা জীৱন (ফিলিপীয়া ১:১০)
• সমাজ (দ্বিতীয় বিবৰণ ২২:৪)
• পঢ়া-শুনা (দ্বিতীয় বিবৰণ ৬:৬, ৭)
• উপাসনা (দ্বিতীয় বিবৰণ ১৬:১৫, ১৬)
৪:১৫ “অনন্ত শুভবাৰ্ত্তা”—কি অৰ্থত? (প্ৰকাশিত বাক্য ১৪:৬, ৭)
৪:৫০ গীত নং ৬৬ আৰু সমাপ্তিৰ প্ৰাৰ্থনা