ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm25 পৃষ্ঠা ৪-৫
  • শনিবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শনিবাৰ
  • ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • দেওবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শনিবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm25 পৃষ্ঠা ৪-৫
ছবি: শনিবাৰৰ কাৰ্য্যক্ৰমৰ আভাস। ১. যোহন বাপ্তিষ্মা দিওঁতা এজোপা গছৰ তলত বহি আছে। ২. যীচুৱে আনন্দেৰে কাৰোবাৰ বাবে নিজৰ হাত আগবঢ়াইছে। ৩. দুগৰাকী তিৰোতাই কফি দোকানত কথা পাতি আছে।

শনিবাৰ

“তোমাৰ ভৱনৰ প্ৰতি থকা উৎসাহৰ জুই মোৰ ভিতৰত জ্বলি আছে”—যোহন ২:১৭

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীত নং ৯৩ আৰু প্ৰাৰ্থনা

  • ৯:৪০ “তোমালোকে কি বিচাৰা?” (যোহন ১:৩৮)

  • ৯:৫০ বাইবেল আধাৰিত ড্ৰামা:

    যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ২

    ‘এওঁ মোৰ পুত্ৰ’—ভাগ ২ (যোহন ১:১৯–২:২৫)

  • ১০:২০ গীত নং ৫৪ আৰু ঘোষণা

  • ১০:৩০ পৰিচৰ্চ্চা: যিসকলে শুদ্ধ উপাসনাক প্ৰেম কৰিছিল, তেওঁলোকৰ দৰে হওক!

    • • যোহন বাপ্তিষ্মা দিওঁতা (মথি ১১:৭-১০)

    • • আন্দ্ৰিয় (যোহন ১:৩৫-৪২)

    • • পিতৰ (লূক ৫:৪-১১)

    • • যোহন (মথি ২০:২০, ২১)

    • • যাকোব (মাৰ্ক ৩:১৭)

    • • ফিলিপ (যোহন ১:৪৩)

    • • নথনেল (যোহন ১:৪৫-৪৭)

  • ১১:৩৫ সমৰ্পণ: আপোনাৰ বাবে সমৰ্পণ কি অৰ্থ ৰাখে (মলাখী ৩:১৭; পাঁচনিৰ কৰ্ম্ম ১৯:৪; ১ কৰিন্থীয়া ১০:১, ২)

  • ১২:০৫ গীত নং ৫২ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীত নং ৩৬

  • ১:৫০ পৰিচৰ্চ্চা: যীচুৰ প্ৰথম চমৎকাৰৰ পৰা শিকক

    • • দয়া দেখুৱাওক (গালাতীয়া ৬:১০; ১ যোহন ৩:১৭)

    • • নম্ৰ হওক (মথি ৬:২-৪; ১ পিতৰ ৫:৫)

    • • উদাৰশীল হওক (দ্বিতীয় বিৱৰণ ১৫:৭, ৮; লূক ৬:৩৮)

  • ২:২০ ‘ঈশ্বৰৰ ভেড়া পোৱালিয়ে কেনেকৈ আমাৰ পাপ দূৰলৈ লৈ যায়’ (যোহন ১:২৯; ৩:১৪-১৬)

  • ২:৪৫ পৰিচৰ্চ্চা: মচীহৰ বিষয়ে ভৱিষ্যবাণী পূৰ হʼল!—ভাগ ২

    • • যিহোৱাৰ গৃহৰ উৎসাহৰ অগ্নিয়ে তেওঁক গ্ৰাস কৰিলে (গীতমালা ৬৯:৯; যোহন ২:১৩-১৭)

    • • তেওঁ ‘নম্ৰবিলাকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলে’ (যিচয়া ৬১:১, ২)

    • • গালীলত ‘উজ্জ্বল পোহৰ প্ৰকাশিত হʼল’ (যিচয়া ৯:১, ২)

  • ৩:২০ গীত নং ১১৭ আৰু ঘোষণা

  • ৩:৩০ “এইবোৰ লৈ ইয়াৰ পৰা ওলাই যা!” (যোহন ২:১৩-১৬)

  • ৪:০০ ‘মই ইয়াক বনাম’ (যোহন ২:১৮-২২)

  • ৪:৩৫ গীত নং ৭৫ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক