শুক্ৰবাৰ
“তুমি কেৱল নিজৰ ঈশ্বৰ যিহোৱাৰ উপাসনা কৰা”—মথি ৪:১০
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীত নং ৭৪ আৰু প্ৰাৰ্থনা
৯:৪০ চেয়াৰমেনৰ পৰিচয়: শুদ্ধ উপাসনা কি হয়? (যিচয়া ৪৮:১৭; মলাখী ৩:১৬)
১০:১০ বাইবেল আধাৰিত ড্ৰামা:
যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ২
‘এওঁ মোৰ পুত্ৰ’—ভাগ ১ (মথি ৩:১–৪:১১; মাৰ্ক ১:১২, ১৩; লূক ৩:১–৪:৭; যোহন ১:৭, ৮)
১০:৪০ গীত নং ১২২ আৰু ঘোষণা
১০:৫০ পৰিচৰ্চ্চা: মচীহৰ বিষয়ে ভৱিষ্যবাণী পূৰ হʼল!—ভাগ ১
• ঈশ্বৰে তেওঁক নিজৰ পুত্ৰ হিচাপে গ্ৰহণ কৰিলে (গীতমালা ২:৭; মথি ৩:১৬, ১৭; পাঁচনিৰ কৰ্ম্ম ১৩:৩৩, ৩৪)
• সেই ৰজা দায়ূদৰ বংশৰ পৰা আহিব (২ চমূৱেল ৭:১২, ১৩; মথি ১:১, ২, ৬)
• তেওঁক ‘মচীহ অৰ্থাৎ নেতা’ নিযুক্ত কৰা হʼল (দানিয়েল ৯:২৫; লূক ৩:১, ২, ২১-২৩)
১১:৪৫ এই জগতত প্ৰকৃততে কোনে শাসন কৰি আছে? (মাৰ্ক ১২:১৭; লূক ৪:৫-৮; যোহন ১৮:৩৬)
১২:১৫ গীত নং ২২ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীত নং ১২১
১:৫০ পৰিচৰ্চ্চা: যীচুৰ দৰে চয়তানৰ সাহসেৰে বিৰোধ কৰক!
• যিহোৱাৰ বাক্যৰে জীয়াই থাকক (মথি ৪:১-৪)
• যিহোৱাক পৰীক্ষা নকৰিব (মথি ৪:৫-৭)
• সত্যতাৰ পক্ষ লওক (১ পিতৰ ৩:১৫)
২:৫০ গীত নং ৯৭ আৰু ঘোষণা
৩:০০ পৰিচৰ্চ্চা: যীচুৱে বাস কৰা দেশৰ বিষয়ে জানক
• যিহূদিয়াৰ অৰণ্য (মথি ৩:১-৪; লূক ৪:১)
• যৰ্দ্দনৰ সমতল (মথি ৩:১৩-১৫; যোহন ১:২৭, ৩০)
• যিৰূচালেম (মথি ২৩:৩৭, ৩৮)
• চমৰীয়া (যোহন ৪:৭-৯, ৪০-৪২)
• গালীল (মথি ১৩:৫৪-৫৭)
• ফৈনীকিয়া (লূক ৪:২৫, ২৬)
• চিৰিয়া (লূক ৪:২৭)
৪:১০ যীচুৱে আপোনাত কি লক্ষ্য কৰে? (যোহন ২:২৫)
৪:৪৫ গীত নং ৩৪ আৰু সমাপ্তিৰ প্ৰাৰ্থনা