ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • sjj গীত ২২
  • তোমাৰ ৰাজ্য আহক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • তোমাৰ ৰাজ্য আহক
  • ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • মিল থকা বিষয়
  • আহা! গাওঁ ৰাজ্যৰ গীত
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
  • ঈশ্বৰৰ ৰাজ্যক প্ৰথম স্থান দিয়া
    ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
ʼআনন্দৰে গীত গাইʼ যিহোৱাৰ প্ৰশংসা কৰক
sjj গীত ২২

গীত নং ২২

তোমাৰ ৰাজ্য আহক

(প্ৰকাশিত বাক্য ১১:১৫; ১২:১০)

  1. ১. যি-হো-ৱা ৰ-জা যে তু-মি;

    অ-ন-ন্ত কাল ধ-ৰি।

    দি-লা নিজ পু-ত্ৰক সিং-হা-সন,

    ক-ৰি-ব তেওঁ শা-সন।

    যী-চু-ৱে লʼ-লে শা-সন-ভাৰ,

    ক-ৰি-ব স-ক-লোৰ উ-দ্ধাৰ।

    (কোৰাচ)

    তো-মাৰ এই ৰা-জ্য-য়ে,

    স-ক-লো-কে দি-ব শা-ন্তি।

    মি-ন-তি ক-ৰোঁ এই;

    আ-হক, তো-মাৰ ৰা-জ্য আ-হক।

  2. ২. চয়-তা-নৰ স-ময় অ-তি কম;

    খ-ঙে-ৰে সি গ-ৰ্জে।

    স-ম-স্যাত আ-ছোঁ য-দি-ও,

    দে-খোঁ ম-নৰ চ-কুত।

    যী-চু-ৱে লʼ-লে শা-সন-ভাৰ,

    ক-ৰি-ব স-ক-লোৰ উ-দ্ধাৰ।

    (কোৰাচ)

    তো-মাৰ এই ৰা-জ্য-য়ে,

    স-ক-লো-কে দি-ব শা-ন্তি।

    মি-ন-তি ক-ৰোঁ এই;

    আ-হক, তো-মাৰ ৰা-জ্য আ-হক।

  3. ৩. দূত-স-ক-লে পাই যে শা-ন্তি,

    গাই তেওঁ-লোক বি-জয় গীত।

    চয়-তা-নৰ দু-ষ্ট-তাৰ প-ৰা,

    স্ব-ৰ্গ পা-লে মু-ক্তি।

    যী-চু-ৱে লʼ-লে শা-সন-ভাৰ,

    ক-ৰি-ব স-ক-লোৰ উ-দ্ধাৰ।

    (কোৰাচ)

    তো-মাৰ এই ৰা-জ্য-য়ে,

    স-ক-লো-কে দি-ব শা-ন্তি।

    মি-ন-তি ক-ৰোঁ এই;

    আ-হক, তো-মাৰ ৰা-জ্য আ-হক।

(দানি. ২:৩৪, ৩৫; ২ কৰি. ৪:১৮ পদবোৰো চাওক।)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক