ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm24 পৃষ্ঠা ৪-৫
  • শনিবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শনিবাৰ
  • ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • শুক্ৰবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শনিবাৰ
    ২০২৫ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শনিবাৰ
    ২০২২ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm24 পৃষ্ঠা ৪-৫
ছবি: শনিবাৰৰ কাৰ্য্যক্ৰমৰ আভাস। ১. কেঁচুৱা যীচুৰ লগত যোচেফ আৰু মৰিয়ম। ২. ৰজা হেৰোদ। ৩. প্ৰচাৰত দুহাল দম্পতী।

শনিবাৰ

“দিনে দিনে তেওঁৰ পৰিত্ৰাণ প্ৰচাৰ কৰা”—গীতমালা ৯৬:২

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীত নং ৫৩ আৰু প্ৰাৰ্থনা

  • ৯:৪০ “মই . . . ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্তা জনাব লাগিব” (লূক ৪:৪৩)

  • ৯:৫০ ভিডিঅ’ ড্ৰামা:

    যীচু—তেওঁৰ জীৱন আৰু পৰিচৰ্য্যা: খণ্ড ১

    জগতলৈ সত্য পোহৰ আহে—ভাগ ২ (মথি ২:১-২৩; লূক ২:১-৩৮, ৪১-৫২; যোহন ১:৯)

  • ১০:২৫ গীত নং ৬৯ আৰু ঘোষণা

  • ১০:৩৫ পৰিচৰ্চ্চা: মচীহৰ বিষয়ে ভৱিষ্যবাণীবোৰ পূৰ হʼল!

    • • আগতীয়াকৈ বাৰ্তাবাহকক পঠোৱা হʼল (মলাখী ৩:১; ৪:৫; মথি ১১:১০-১৪)

    • • যুৱতীজনীৰ পৰা জন্ম হʼল (যিচয়া ৭:১৪; মথি ১:১৮, ২২, ২৩)

    • • বৈৎলেহেমত জন্ম হ’ল (মীখা ৫:২; লূক ২:৪-৭)

    • • কেঁচুৱা হিচাপে সুৰক্ষিত (হোচেয়া ১১:১; মথি ২:১৩-১৫)

    • • নাচৰতীয়া বুলি মতা হʼল (যিচয়া ১১:১, ২; মথি ২:২৩)

    • • নিযুক্ত কৰা সময়ত উপস্থিত হ’ল (দানিয়েল ৯:২৫; লূক ৩:১, ২, ২১, ২২)

  • ১১:৪০ বাপ্তিষ্মা: সদায় “শুভবাৰ্তাৰ অধিনত থাকক” (২ কৰিন্থীয়া ৯:১৩; ১ তীমথিয় ৪:১২-১৬; ইব্ৰী ১৩:১৭)

  • ১২:১০ গীত নং ২৪ আৰু বিৰতি

আবেলি

  • ১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪৫ গীত নং ৮৩

  • ১:৫০ পৰিচৰ্চ্চা: শুভবাৰ্তাৰ সহায়ত বেয়া খবৰক জয় কৰক

    • • পৰচৰ্চ্চা (যিচয়া ৫২:৭)

    • • যেতিয়া আমি দোষী অনুভৱ কৰোঁ (১ যোহন ১:৭, ৯)

    • • জগতত ঘটি থকা ঘটনাবোৰ (মথি ২৪:১৪)

    • • নিৰুৎসাৰ ভাৱনা (মথি ১১:২৮-৩০)

  • ২:৩৫ পৰিচৰ্চ্চা: ‘শুভবাৰ্তা ঘোষণা কৰিবলৈ আগ্ৰহী হৈ থাকক’

    • • এয়া কেৱল পাঁচনিসকলৰ দায়িত্ব নহয় (ৰোমীয়া ১:১৫; ১ থিচলনীকীয়া ১:৮)

    • • এয়া আমাৰ উপাসনাৰ ভাগ হয় (ৰোমীয়া ১:৯)

    • • সঠিক সঁজুলিৰে সাজু থাকক (ইফিচীয়া ৬:১৫)

  • ৩:১৫ ভিডিঅ’:‘শুভবাৰ্তা গোটেই জগতত ফল ধৰি বাঢ়ি আছে’ (কলচীয়া ১:৬)

  • ৩:৪০ গীত নং ৩৫ আৰু ঘোষণা

  • ৩:৫০ পৰিচৰ্চ্চা: শুভবাৰ্তা ঘোষণা কৰি থাকক

    • • আপুনি যʼতে নাথাকক কিয় (২ তীমথিয় ৪:৫)

    • • ঈশ্বৰে আপোনাক যʼতে নপঠাই কিয় (পাঁচনিৰ কৰ্ম্ম ১৬:৬-১০)

  • ৪:১৫ ডেকাসকল “শুভবাৰ্তাৰ নিমিত্তে” আপুনি কি কৰিব? (১ কৰিন্থীয়া ৯:২৩; যিচয়া ৬:৮)

  • ৪:৫০ গীত নং ২১ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক