শনিবাৰ
“সৎকৰ্ম্ম কৰি কৰি আমি নিৰুৎসাহ নহওঁহঁক”—গালাতীয়া ৬:৯
ৰাতিপুৱা
৮:৫০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:০০ গীতৰ সংখ্যা ৭৭ আৰু প্ৰাৰ্থনা
৯:১০ চেয়াৰমেনৰ পৰিচয়: আমি আশা এৰি দিয়া উচিত নহয়—বিশেষকৈ এই সময়ত! (প্ৰকাশিত বাক্য ১২:১২)
৯:৪৫ পৰিচৰ্চ্চা: ‘প্ৰচাৰ কৰিবলৈ নেৰিব’
সুযোগ বিচাৰি (পাঁচনিৰ কৰ্ম্ম ৫:৪২; উপদেশক ১১:৬)
ঘৰে ঘৰে (পাঁচনিৰ কৰ্ম্ম ২০:২০)
ৰাজহুৱাভাৱে (পাঁচনিৰ কৰ্ম্ম ১৭:১৭)
শিষ্য বনোৱা (ৰোমীয়া ১:১৪-১৬; ১ কৰিন্থীয়া ৩:৬)
১০:৩৫ গীতৰ সংখ্যা ৭৬ আৰু ঘোষণা
১০:৪৫ নাটকৰ আকাৰত বাইবেল পঢ়া: যিহোৱা ঈশ্বৰে তেওঁৰ লোকসকলক উদ্ধাৰ কৰে (যাত্ৰাপুস্তক ৩:১-২২; ৪:১-৯; ৫:১-৯; ৬:১-৮; ৭:১-৭; ১৪:৫-১০, ১৩-৩১; ১৫:১-২১)
১১:১৫ যিহোৱা—সহন দেখুৱাৰ এক উত্তম উদাহৰণ (ৰোমীয়া ৯:২২, ২৩; ১৫:১৩; যাকোব ১:২-৪)
১১:৪৫ “ভয়ত ভয়কাৰিণী” নহʼব! (১ পিতৰ ৩:৬, ১২, ১৪)
১২:১৫ গীতৰ সংখ্যা ৭৯ আৰু বিৰতি
আবেলি
১:১৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:২৫ গীতৰ সংখ্যা ১২৮
১:৩০ পৰিচৰ্চ্চা: সহন কৰিছে . . .
অনুচিত ব্যৱহাৰ পোৱাৰ সত্ত্বেও (মথি ৫:৩৮, ৩৯)
বয়স বঢ়াৰ সত্ত্বেও (যিচয়া ৪৬:৪; যিহূদা ২০, ২১)
নিজৰ অসিদ্ধতাৰ সত্ত্বেও (ৰোমীয়া ৭:২১-২৫)
লজ্জিত অনুভৱ কৰাৰ সত্ত্বেও (গালাতীয়া ২:১১-১৪; ইব্ৰী ১২:৫, ৬, ১০, ১১)
অসুখত ভুগী থকাৰ সত্ত্বেও (গীতমালা ৪১:৩)
মৃত্যুত আপোনজনাক হেৰুৱাৰ সত্ত্বেও (গীতমালা ৩৪:১৮)
তাড়না পোৱাৰ সত্ত্বেও (প্ৰকাশিত বাক্য ১:৯)
২:৪৫ গীতৰ সংখ্যা ১৩৬ আৰু ঘোষণা
২:৫৫ নাটক: লোটৰ তিৰোতাক সোঁৱৰা—খণ্ড ১ (লূক ১৭:২৮-৩৩)
৩:২৫ পৰিচৰ্চ্চা: সহন কৰাৰ বাবে প্ৰয়োজনীয় গুণবোৰ বিকশিত কৰক
বিশ্বাস (ইব্ৰী ১১:১)
সদ্গুণ (ফিলিপীয়া ৪:৮, ৯)
জ্ঞান (হিতোপদেশ ২:১০, ১১)
ইন্দ্ৰিয়-দমন (গালাতীয়া ৫:২২, ২৩)
৪:০৫ আপুনি কেনেকৈ “কেতিয়াও পতিত” নহʼব (২ পিতৰ ১:৫-১০; যিচয়া ৪০:৩১; ২ কৰিন্থীয়া ৪:৭-৯, ১৬)
৪:৪০ গীতৰ সংখ্যা ৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা