দেওবাৰ
“আশাত আনন্দ কৰা; ক্লেশত সহনীয় হোৱা”—ৰোমীয়া ১২:১২
ৰাতিপুৱা
৮:৫০ সংগীত-ভিডিঅʼৰ প্ৰস্তুতি
৯:০০ গীতৰ সংখ্যা ৪৪ আৰু প্ৰাৰ্থনা
৯:১০ পৰিচৰ্চ্চা: যিহোৱা ঈশ্বৰে সেই লোকসকলক কেনেকৈ ‘ধৈৰ্য্য আৰু শান্ত্বনা’ দিয়ে . . .
যি দুৰ্বল আৰু হতাশাত আছে (ৰোমীয়া ১৫:৪, ৫; ১ থিচলনীকীয়া ৫:১৪; ১ পিতৰ ৫:৭-১০)
যাৰ ভৌতিক বস্তুবোৰৰ প্ৰয়োজন (১ তীমথিয় ৬:১৮)
যি ‘পিতৃহীন’ হয় (গীতমালা ৮২:৩)
যি বৃদ্ধ হৈছে (লেবীয়া পুস্তক ১৯:৩২)
১০:২০ গীতৰ সংখ্যা ১৩৮ আৰু ঘোষণা
১০:৩০ পৰিচৰ্চ্চা: তিষ্ঠি থাকিব পৰা এখন ঘৰ নিৰ্মাণ কৰক
“যি আছে, তাতে সন্তুষ্ট” থাকক (ইব্ৰী ১৩:৫; গীতমালা ১২৭:১, ২)
‘মন্দ বিষয়বোৰৰপৰা’ নিজৰ সন্তানক সুৰক্ষা দিয়ক (ৰোমীয়া ১৬:১৯; গীতমালা ১২৭:৩)
সন্তানক “তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা” দিয়ক (হিতোপদেশ ২২:৩, ৬; গীতমালা ১২৭:৪, ৫)
১১:১৫ নাটক: লোটৰ তিৰোতাক সোঁৱৰা—খণ্ড ২ (লূক ১৭:২৮-৩৩)
১১:৪৫ কিশোৰ-কিশোৰীসকল—তোমালোকৰ সহনশীলতাই যিহোৱা ঈশ্বৰক আনন্দিত কৰে! (হিতোপদেশ ২৭:১১)
১২:২০ গীতৰ সংখ্যা ১৩৫ আৰু বিৰতি
আবেলি
১:২০ সংগীত-ভিডিঅʼৰ প্ৰস্তুতি
১:৩০ গীতৰ সংখ্যা ১৪১
১:৩৫ জন ভাষণ: কেতিয়াও আশা এৰি নিদিব! (যিচয়া ৪৮:১৭; যিৰিমিয়া ২৯:১১)
২:০৫ প্ৰহৰীবুৰুজৰ সাৰাংশ
২:৩৫ গীতৰ সংখ্যা ৫৭ আৰু ঘোষণা
২:৪৫ নাটক: লোটৰ তিৰোতাক সোঁৱৰা—খণ্ড ৩ (লূক ১৭:২৮-৩৩)
৩:১৫ “অপেক্ষা কৰা; কাৰণ সেয়ে . . . উচিত সময়তকৈ দেৰি নহব” (হবক্কুক ২:৩)
৪:১৫ গীতৰ সংখ্যা ১২৯ আৰু সমাপ্তিৰ প্ৰাৰ্থনা