ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm20 পৃষ্ঠা ২-৩
  • শুক্ৰবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুক্ৰবাৰ
  • ২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • মিল থকা বিষয়
  • যিহোৱাৰ মনক আনন্দিত কৰক!
    ২০২০-২০২১ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম—চাৰ্কিট ওভাৰচিয়াৰৰ লগত
  • ‘যিহোৱাত আনন্দিত হওক’
    ২০২০-২০২১ চনৰ চাৰ্কিট সন্মিলনৰ কাৰ্য্যক্ৰম—শাখা প্ৰতিনিধিৰ লগত
  • দেওবাৰ
    ২০১৭ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
আৰু চাওক
২০২০ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
CO-pgm20 পৃষ্ঠা ২-৩
ছবি: ১. ভৱিষ্যতবক্তা মলাখী। ২. এপাহ ফুল। বেলেগ বেলেগ পৃষ্ঠভূমিৰ দুজন যিহোৱাৰ সাক্ষীয়ে একেলগে প্ৰচাৰ কাৰ্য্যত ভাগ হৈছে। তেওঁলোকে মিচিকিয়া হাঁহি মাৰি হাত মিলাইছে। ৪. আনন্দত থকা এহাল বৃদ্ধ দম্পতীয়ে হাতত ধৰি এজনে-আনজনক চাই হাঁহি আছে।

শুক্ৰবাৰ

“প্ৰভুত সদায় আনন্দ কৰা; পুনৰায় কওঁ, আনন্দ কৰা”—ফিলিপীয়া ৪:৪

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ১১১ আৰু প্ৰাৰ্থনা

  • ৯:৪০ চেয়াৰমেনৰ পৰিচয়: যিহোৱা কিয় ‘পৰম-ধন্য ঈশ্বৰ’ (১ তীমথিয় ১:১১)

  • ১০:১৫ পৰিচৰ্চ্চা: আমি কি কথাৰপৰা আনন্দিত হʼব পাৰোঁ?

    • • সৰল জীৱন-যাপন (উপদেশক ৫:১২)

    • • শুদ্ধ বিবেক (গীতমালা ১৯:৮)

    • • অৰ্থপূৰ্ণ কাৰ্য্য (উপদেশক ৪:৬; ১ কৰিন্থীয়া ১৫:৫৮)

    • • প্ৰকৃত বন্ধু (হিতোপদেশ ১৮:২৪; ১৯:​৪, ৬, ৭)

  • ১১:০৫ গীতৰ সংখ্যা ৮৯ আৰু ঘোষণা

  • ১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: “যিহোৱাই তেওঁবিলাকক আনন্দিত কৰিছিল” (ইজ্ৰা ১:১–৬:২২; হগ্গয় ১:​২-১১; ২:​৩-৯; জখৰিয়া ১:​১২-১৬; ২:​৭-৯; ৩:​১, ২; ৪:​৬, ৭)

  • ১১:৪৫ যিহোৱাৰ পৰিত্ৰাণৰ কাৰ্য্যত আনন্দ কৰা (গীতমালা ৯:১৪; ৩৪:১৯; ৬৭:​১, ২; যিচয়া ১২:২)

  • ১২:১৫ গীতৰ সংখ্যা ১৪৮ আৰু বিৰতি

আবেলি

  • ১:৩০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৪০ গীতৰ সংখ্যা ১৩১

  • ১:৪৫ পৰিচৰ্চ্চা: নিজৰ পৰিয়াল আনন্দপূৰ্ণ কৰি তোলক

    • • স্বামীসকল, নিজৰ পত্নীৰ লগত আনন্দ কৰা (হিতোপদেশ ৫:​১৮, ১৯; ১ পিতৰ ৩:৭)

    • • পত্নীসকল, নিজৰ স্বামীৰ লগত আনন্দ কৰা (হিতোপদেশ ১৪:১)

    • • পিতৃ-মাতৃসকল, নিজৰ ল’ৰা-ছোৱালীৰ সৈতে আনন্দ কৰা (হিতোপদেশ ২৩:​২৪, ২৫)

    • • ল’ৰা-ছোৱালীসকল, নিজৰ পিতৃ-মাতৃৰ লগত আনন্দ কৰা (হিতোপদেশ ২৩:২২)

  • ২:৫০ গীতৰ সংখ্যা ১৩৫ আৰু ঘোষণা

  • ৩:০০ পৰিচৰ্চ্চা: সৃষ্টিৰপৰা বুজিব পাৰি যে আমি আনন্দত থকাটো যিহোৱাই বিচাৰে

    • • সুন্দৰ ফুল (গীতমালা ১১১:২; মথি ৬:​২৮-৩০)

    • • সোৱাদ লগা আহাৰ (হিতোপদেশ ৩:​১২, ১৩; মথি ৪:৪)

    • • ধুনীয়া ৰং (গীতমালা ৯৪:৯)

    • • আমাৰ শৰীৰৰ সুন্দৰ গঠন (পাঁচনিৰ কৰ্ম্ম ১৭:২৮; ইফিচীয়া ৪:১৬)

    • • শুৱলা শব্দ (হিতোপদেশ ২০:১২; যিচয়া ৩০:২১)

    • • অদ্ভুদ জীৱ-জন্তু (আদিপুস্তক ১:২৬)

  • ৪:০০ ‘শান্তিৰ পৰামৰ্শ দিওঁতাবিলাক কিয় আনন্দিত হয়’? (হিতোপদেশ ১২:২০; যাকোব ৩:​১৩-১৮; ১ পিতৰ ৩:​১০, ১১)

  • ৪:২০ যিহোৱাৰ লগত থকা ঘনিষ্ঠ বন্ধুত্বই প্ৰকৃত আনন্দ কঢ়িয়াই আনে! (গীতমালা ২৫:১৪; হবক্কুক ৩:​১৭, ১৮)

  • ৪:৫৫ গীতৰ সংখ্যা ২৮ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক