দেওবাৰ
“যিহোৱাত হৰ্ষ কৰা; তাতে তেওঁ তোমাৰ মনৰ বাঞ্ছা পূৰ কৰিব”—গীতমালা ৩৭:৪
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ২২ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: আমি আনন্দত থাকিব পাৰোঁ . . .
• ক্লেশৰ সত্ত্বেও (ৰোমীয়া ৫:৩-৫; ৮:৩৫, ৩৭)
• নিৰাশাৰ সত্ত্বেও (২ কৰিন্থীয়া ৪:৮; ৭:৫)
• তাড়নাৰ সত্ত্বেও (মথি ৫:১১, ১২)
• অভাৱ হোৱাৰ সত্ত্বেও (ফিলিপীয়া ৪:১১-১৩)
• বস্ত্ৰহীন হোৱাৰ সত্ত্বেও (১ কৰিন্থীয়া ৪:১১, ১৬)
• বিপদৰ সত্ত্বেও (২ কৰিন্থীয়া ১:৮-১১)
• তৰোৱাল থকাৰ সত্ত্বেও (২ তীমথিয় ৪:৬-৮)
১১:১০ গীতৰ সংখ্যা ৯ আৰু ঘোষণা
১১:২০ জন ভাষণ: কোনো দুখ-কষ্ট নোহোৱাকৈ কেনেকৈ আনন্দ উপভোগ কৰিব পাৰি? (হিতোপদেশ ১০:২২; ১ তীমথিয় ৬:৯, ১০; প্ৰকাশিত বাক্য ২১:৩-৫)
১১:৫০ প্ৰহৰীদুৰ্গৰ সাৰাংশ
১২:২০ গীতৰ সংখ্যা ৮৪ আৰু বিৰতি
আবেলি
১:৪০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৫০ গীতৰ সংখ্যা ৬২
১:৫৫ নাটক: নহিমিয়া: “যিহোৱাত যি আনন্দ সেয়েই তোমালোকৰ শক্তি”—ভাগ ২ (নহিমিয়া ৮:১–১৩:৩০; মলাখী ১:৬–৩:১৮)
২:৪০ গীতৰ সংখ্যা ৭১ আৰু ঘোষণা
২:৫০ “যিহোৱাত হৰ্ষ কৰা”! (গীতমালা ১৬:৮, ৯, ১১; ৩৭:৪)
৩:৫০ নতুন মূল গীত আৰু সমাপ্তিৰ প্ৰাৰ্থনা