শনিবাৰ
‘ঈশ্বৰৰ বাক্য নিৰ্ভয়ৰূপে কʼবলৈ অধিক সাহ কৰক’—ফিলিপীয়া ১:১৪
ৰাতিপুৱা
৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
৯:৩০ গীতৰ সংখ্যা ৭৬ আৰু প্ৰাৰ্থনা
৯:৪০ পৰিচৰ্চ্চা: সাহসী হওক . . .
বাইবেল বিদ্যাৰ্থী হিচাপে (পাঁচনিৰ কৰ্ম্ম ৮:৩৫, ৩৬; ১৩:৪৮)
বাল্য কালৰেপৰা (গীতমালা ৭১:৫; হিতোপদেশ ২:১১)
প্ৰচাৰক হিচাপে (১ থিচলনীকীয়া ২:২)
বিবাহ সংগী হিচাপে (ইফিচীয়া ৪:২৬, ২৭)
পিতৃ-মাতৃ হিচাপে (১ চমূৱেল ১৭:৫৫)
অগ্ৰগামী সেৱক হিচাপে (১ ৰাজাৱলি ১৭:৬-৮, ১২, ১৬)
মণ্ডলীৰ প্ৰাচীন হিচাপে (পাঁচনিৰ কৰ্ম্ম ২০:২৮-৩০)
বয়সস্থ ব্যক্তি হিচাপে (দানিয়েল ৬:১০, ১১; ১২:১৩)
১০:৫০ গীতৰ সংখ্যা ১১৯ আৰু ঘোষণা
১১:০০ পৰিচৰ্চ্চা: ভয়াতুৰজনাক নহয়, কিন্তু সাহসীজনাক অনুকৰণ কৰক!
দহজন অধ্যক্ষক নহয়, কিন্তু যিহোচূৱা আৰু কালেবক (গণনা পুস্তক ১৪:৭-৯)
মেৰোজৰ বাসিন্দাসকলক নহয়, কিন্তু যায়েলক (বিচাৰকৰ্ত্তাবিলাক ৫:২৩)
মিছা ভাববাদীসকলক নহয়, কিন্তু মীখায়াক (১ ৰাজাৱলি ২২:১৪)
ঊৰিয়াক নহয়, কিন্তু যিৰিমিয়াক (যিৰিমিয়া ২৬:২১-২৩)
ধনৱান ডেকা শাসকজনক নহয়, কিন্তু পৌলক (মাৰ্ক ১০:২১, ২২)
১১:৪৫ “যিবিলাক সৰ্ব্বনাশলৈ হোঁহকে, আমি তেওঁবিলাকৰ মাজৰ নহওঁ”! (ইব্ৰী ১০:৩৫, ৩৬, ৩৯; ১১:৩০, ৩২-৩৪, ৩৬; ১ পিতৰ ৫:১০)
১২:১৫ গীতৰ সংখ্যা ৩৮ আৰু বিৰতি
আবেলি
১:৩৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি
১:৪৫ গীতৰ সংখ্যা ১১১
১:৫০ পৰিচৰ্চ্চা: সৃষ্টিৰপৰা সাহসৰ বিষয়ে শিকক
সিংহ (মীখা ৫:৮)
ঘোঁৰা (ইয়োব ৩৯:১৯-২৫)
নেউল (গীতমালা ৯১:৩, ১৩-১৫)
হামিংবাৰ্ড (১ পিতৰ ৩:১৫)
হাতী (হিতোপদেশ ১৭:১৭)
২:৪০ গীতৰ সংখ্যা ৬০ আৰু ঘোষণা
২:৫০ পৰিচৰ্চ্চা: আমাৰ ভাইসকলে কেনেকৈ সাহস দেখুৱাইছে . . .
আফ্ৰিকাত (মথি ১০:৩৬-৩৯)
এছিয়াত (জখৰিয়া ২:৮)
ইউৰোপত (প্ৰকাশিত বাক্য ২:১০)
উত্তৰ আমেৰিকাত (যিচয়া ৬:৮)
ওছেনিয়াত (গীতমালা ৯৪:১৪, ১৯)
দক্ষিণ আমেৰিকাত (গীতমালা ৩৪:১৯)
৪:১৫ সাহসী হওক, কিন্তু নিজৰ ওপৰত নিৰ্ভৰ নকৰিব! (হিতোপদেশ ৩:৫, ৬; যিচয়া ২৫:৯; যিৰিমিয়া ১৭:৫-১০; যোহন ৫:১৯)
৪:৫০ গীতৰ সংখ্যা ৩ আৰু সমাপ্তিৰ প্ৰাৰ্থনা