ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • CO-pgm18 পৃষ্ঠা ২-৩
  • শুক্ৰবাৰ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • শুক্ৰবাৰ
  • ২০১৮ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • মিল থকা বিষয়
  • দেওবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শনিবাৰ
    ২০১৮ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
  • শুক্ৰবাৰ
    ২০১৯ যিহোৱাৰ সাক্ষীসকলৰ অধিৱেশন
  • শুক্ৰবাৰ
    ২০২৪ অধিৱেশনৰ কাৰ্য্যক্ৰম
আৰু চাওক
২০১৮ আঞ্চলিক অধিৱেশনৰ কাৰ্য্যক্ৰম
CO-pgm18 পৃষ্ঠা ২-৩
যিহোচূৱাই ঈশ্বৰৰ বাক্য পঢ়িছ; দায়ূদে ফিগাত এটা শিল ভৰাই গলিয়াথলৈ মাৰি পঠিয়াইছ

শুক্ৰবাৰ

‘বলৱান আৰু অতিশয় সাহিয়াল হওক’—যিহোচূৱা ১:৭

ৰাতিপুৱা

  • ৯:২০ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ৯:৩০ গীতৰ সংখ্যা ১১০ আৰু প্ৰাৰ্থনা

  • ৯:৪০ চেয়াৰমেনৰ পৰিচয়: যিহোৱা ঈশ্বৰ হৈছে প্ৰকৃত সাহসৰ উৎস (গীতমালা ২৮:৭; ৩১:২৪; ১১২:৭, ৮; ২ তীমথিয় ১:৭)

  • ১০:১০ পৰিচৰ্চ্চা: সত্য খ্ৰীষ্টানসকলক সাহসৰ কিয় প্ৰয়োজন

    • ঘোষণা কৰিবলৈ (প্ৰকাশিত বাক্য ১৪:৬)

    • আচাৰ-ব্যৱহাৰত পবিত্ৰ হৈ থাকিবলৈ (১ কৰিন্থীয়া ১৬:১৩, ১৪)

    • নিৰপেক্ষতা বজাই ৰাখিবলৈ (প্ৰকাশিত বাক্য ১৩:১৬, ১৭)

  • ১১:০৫ গীতৰ সংখ্যা ১২৬ আৰু ঘোষণা

  • ১১:১৫ নাটকৰ আকাৰত বাইবেল পঢ়া: “বলৱান হোৱা, সাহ কৰা, আৰু কাৰ্য্য কৰা”! (১ বংশাৱলি ২৮:১-২০; ১ চমূৱেল ১৬:১-২৩; ১৭:১-৫১)

  • ১১:৪৫ “তোমাৰ বিৰুদ্ধে গঢ়া কোনো অস্ত্ৰ সাৰ্থক নহব” (যিচয়া ৫৪:১৭; গীতমালা ১১৮:৫-৭)

  • ১২:১৫ গীতৰ সংখ্যা ৬১ আৰু বিৰতি

চদক, মৈচক আৰু অবেদ-নগোৱে জুইৰপৰা সুৰক্ষিতভাৱে ওলাই আহিছ; ঘৰত বন্দী হৈ থকাৰ সময়ত, পাঁচনি পৌলে তীমথিয়ৰ বাৰা এখন চিঠি লিখাইছ

আবেলি

  • ১:২৫ সংগীত ভিডিঅʼৰ প্ৰস্তুতি

  • ১:৩৫ গীতৰ সংখ্যা ৬৯

  • ১:৪০ পৰিচৰ্চ্চা: সাহস দুৰ্ব্বল কৰিব পৰা আৰু সাহস গঢ়িব পৰা বিষয়বোৰ

    • নিৰাশাৰ বিপৰীতে আশা (গীতমালা ২৭:১৩, ১৪)

    • অভিযোগৰ বিপৰীতে কৃতজ্ঞতা (গীতমালা ২৭:১-৩)

    • ক্ষতিকাৰক মনোৰঞ্জনৰ বিপৰীতে ঘোষণা কাৰ্য্য (গীতমালা ২৭:৪)

    • বেয়া সংগৰ বিপৰীতে ভাল সংগ (গীতমালা ২৭:৫; হিতোপদেশ ১৩:২০)

    • জগতৰ জ্ঞানৰ বিপৰীতে ব্যক্তিগত অধ্যয়ন (গীতমালা ২৭:১১)

    • সন্দেহৰ বিপৰীতে বিশ্বাস (গীতমালা ২৭:৭-১০)

  • ৩:১০ গীতৰ সংখ্যা ৫৫ আৰু ঘোষণা

  • ৩:২০ পৰিচৰ্চ্চা: কি বিপদৰ সন্মুখীন হৈছিল আৰু কি আশীৰ্ব্বাদ লাভ কৰিছিল

    • হননিয়া, মীচায়েল আৰু অজৰিয়া (দানিয়েল ১:১১-১৩; ৩:২৭-২৯)

    • আক্কিলা আৰু প্ৰিষ্কা (ৰোমীয়া ১৬:৩, ৪)

    • স্তিফান (পাঁচনিৰ কৰ্ম্ম ৬:১১, ১২)

  • ৩:৫৫ “নিৰ্ভয় হোৱা; ময়েই জগতক জয় কৰিলোঁ।” (যোহন ১৬:৩৩; ১ পিতৰ ২:২১, ২২)

  • ৪:১৫ খ্ৰীষ্টৰ সাহসী সৈনিকসকল (২ কৰিন্থীয়া ১০:৪, ৫; ইফিচীয়া ৬:১২-১৮; ২ তীমথিয় ২:৩, ৪)

  • ৪:৫০ গীতৰ সংখ্যা ২২ আৰু সমাপ্তিৰ প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক