আপোনাৰ বিশ্বাস দৃঢ় কৰক!
ৰাতিপুৱা
৯:৪০ সংগীত
৯:৫০ গীতৰ সংখ্যা ১১৯ আৰু প্ৰাৰ্থনা
১০:০০ বৰ্তমান সময়ত নিজৰ বিশ্বাস কিয় দৃঢ় কৰাৰ প্ৰয়োজন?
১০:১৫ আপুনি “অদৃশ্য জনাক” দেখা পাইছেনে?
১০:৩০ “শ্ৰৱণৰ দ্বাৰাই বিশ্বাস”
১০:৫৫ গীতৰ সংখ্যা ১০৪ আৰু ঘোষণা
১১:০৫ “বিশ্বাস . . . আত্মাৰ ফল”
১১:৩৫ সমৰ্পণৰ ভাষণ
১২:০৫ গীতৰ সংখ্যা ৫০
আবেলি
১:২০ সংগীত
১:৩০ গীতৰ সংখ্যা ৩
১:৩৫ অনুভৱ
১:৪৫ প্ৰহৰীদুৰ্গৰ সাৰাংশ
২:১৫ পৰিচৰ্চ্চা: বিশ্বাস দৃঢ় কৰিবলৈ আনক সহায় কৰক
• কিশোৰ-কিশোৰীসকলক
• বাইবেল বিদ্যাৰ্থীসকলক
• খ্ৰীষ্টান ভাই-ভনীসকলক
৩:০০ গীতৰ সংখ্যা ৩৮ আৰু ঘোষণা
৩:১০ ‘আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তালৈ চাই থাকক’
৩:৫৫ গীতৰ সংখ্যা ১২৬ আৰু প্ৰাৰ্থনা