গীত নং ১৬১
“তোমাৰ ইচ্ছাত চলাতেই মোৰ আনন্দ”
(গীতমালা ৪০:৮)
১. পু-ত্ৰ উ-ঠিল য-ৰ্দ্দ-নৰ প-ৰা,
অ-মূ-ল্য বা-ক্য লৈ ম-নত।
উ-দ্দে-শ্য যাঃৰ পূৰ ক-ৰি-ব-লৈ,
আ-হিল পু-ত্ৰ এই ধ-ৰাত।
ফা-ন্দৰ প-ৰা থা-কিল তেওঁ দূ-ৰত,
হৃ-দ-য়ত থৈ তো-মাৰ নাম।
স-ক-লো ক-ৰি-ব-লৈ সা-জু,
ম-য়ো সা-জু সেই-দ-ৰে।
(কোৰাচ)
তো-মাৰ ই-চ্ছাত চ-লা মোৰ সুখ,
দিওঁ মোৰ শ-ক্তি, নাই ম-নত দুখ।
এই আ-ন-ন্দ, সঁ-চা এই সুখ,
চ-লোঁ প-থত মই তো-মাৰ।
তো-মাৰ ই-চ্ছাত চ-লা মোৰ সুখ,
মোৰ আ-শা স্প-ষ্ট, নাই যে দুখ।
প্ৰেম তো-মাৰ বল, ক-ৰে স-বল,
ক-ৰোঁ ৰা-তি-দিন জয়-গান!
তো-মাৰ ই-চ্ছাত।
২. কা-ষত আ-হি তো-মাৰ যি-হো-ৱা,
পা-লোঁ আ-ন-ন্দ মোৰ ম-নত।
উৎ-সা-হে-ৰে সা-ক্ষ্য দি ৰা-জ্যৰ,
স-ত্যৰ বা-ৰ্তা জ-নাই যাওঁ।
ক-ৰি সে-ৱা ভাই-ভ-নীৰ ল-গত,
পাওঁ আ-ন-ন্দ মই ভৰ-পূৰ।
লওঁ মই নাম তো-মাৰ গৌ-ৰ-ৱে-ৰে,
দি-লোঁ মোৰ প্ৰাণ যাঃ তো-মাক।
(কোৰাচ)
তো-মাৰ ই-চ্ছাত চ-লা মোৰ সুখ,
দিওঁ মোৰ শ-ক্তি, নাই ম-নত দুখ।
এই আ-ন-ন্দ, সঁ-চা এই সুখ,
চ-লোঁ প-থত মই তো-মাৰ।
তো-মাৰ ই-চ্ছাত চ-লা মোৰ সুখ,
মোৰ আ-শা স্প-ষ্ট, নাই যে দুখ।
প্ৰেম তো-মাৰ বল, ক-ৰে স-বল,
ক-ৰোঁ ৰা-তি-দিন জয়-গান!
তো-মাৰ ই-চ্ছাত।
চ-লোঁ তো-মাৰ ই-চ্ছাত।
(গীত. ৪০:৩, ১০ পদবোৰো চাওক।)