“মই শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ”
ৰাতিপুৱা
৯:৪০ সংগীত
৯:৫০ গীত নং ৬৭ আৰু প্ৰাৰ্থনা
১০:০০ আমি কিয় “শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ”?
১০:১৫ শুভবাৰ্তাৰ পক্ষ লওক
১০:৩০ এনে সেৱক হওক যিজনে নিজৰ কামৰ বাবে লাজত নপৰে
১০:৫৫ গীত নং ৭৩ আৰু ঘোষণা
১১:০৫ সাহস, প্ৰেম আৰু সঠিক দৃষ্টিভংগী দেখুৱাওক
১১:৩৫ বাপ্তিষ্মা: সদায় ‘শুভবাৰ্তাৰ অধীনত থাকক’
১২:০৫ গীত নং ৭৫