ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/৯৯ পৃষ্ঠা ২
  • ঈশ্বৰ-শাসিত বাৰ্তা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত বাৰ্তা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
  • মিল থকা বিষয়
  • অগ্ৰগামীসকলৰ বাবে প্ৰয়োজনীয় ঘন্টাৰ পৰিবৰ্তন
    ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/৯৯ পৃষ্ঠা ২

ঈশ্বৰ-শাসিত বাৰ্তা

◼ আৰ্মে নিয়া: ডিচেম্বৰ মাহত ৪,৭৪১ জন প্ৰচাৰকৰ প্ৰত্যেকজনে গড় হিচাবে ১৬ ঘন্টাকৈ ৰিপৰ্ট কৰে। এই ৰিপৰ্ট যোৱা বছৰৰ প্ৰচাৰকৰ গড় সংখ্যাতকৈ ১৭ শতাংশ বেছি।

◼ চিলি: অগ্ৰগামী সেৱাত ঘন্টা হ্ৰাস কৰাৰ বাবে জানুৱাৰী মাহত উৎসাহৰে ৪,৩৫১ জনে নিয়মিত অগ্ৰগামী প্ৰচাৰ কাৰ্য্যৰ ৰিপৰ্ট কৰে, যাৰ সংখ্যা এতিয়ালৈকে পোৱা ৰিপৰ্টতকৈ অধিক আছিল। ইয়াৰ ওপৰিও সহযোগী অগ্ৰগামীৰূপে ৫,১৭৫ জনো ৰিপৰ্ট কৰে, এই সেৱা বছৰৰ বাবে ই এক উত্তম সংখ্যা আছিল।

◼ ইউক্ৰেইন: জানুৱাৰী মাহত ১,০০১২৯ জন প্ৰচাৰকৰ ভিতৰত, ১২ শতাংশই পূৰ্ণ-সময় সেৱকৰূপে ৰিপৰ্ট কৰে। ইউক্ৰেইনত ৫,৫১৬ জনে নিয়মিত অগ্ৰগামীৰ ৰিপৰ্টে একেৰাহে ২৭তম চূড়ান্ত শিখৰ প্ৰাপ্ত কৰে। ইয়াৰ উপৰিও ৬,৪৬৮ জনে সহযোগী অগ্ৰগামী সেৱাৰ ৰিপৰ্ট কৰে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক