ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/০০ পৃষ্ঠা ৭
  • প্ৰশ্ন বক্স

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন বক্স
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/০০ পৃষ্ঠা ৭

প্ৰশ্ন বক্স

▪ জিলা অধিবেশনৰ বেজ কাৰ্ড কোনে পোৱা উচিত?

আচলতে অধিবেশনৰ বেজ কাৰ্ডখনে আমাৰ ভাই-ভনীসকলক চিনি পাবলৈ সহায় কৰে আৰু এই কাৰ্ডখনে ৰাইজক অধিবেশনৰ বিষয়ে জাননী দিয়ে। সেইবাবে এই কাৰ্ডখন নভৱা-নিচিন্তাকৈ বিতৰণ কৰা উচিত নহয়। কিয়নো এই কাৰ্ডখনে পৰিধান কৰা ব্যক্তিজনৰ চিনাকি দিয়ে যে তেওঁ যিহোৱা সাক্ষীসকলৰ কোনখন মণ্ডলীৰ সৈতে আধ্যাত্মিকতাৰ সংঙ্গতি ৰাখিছে।

এই কাৰ্ডখনত ব্যক্তিজনৰ নাম আৰু মণ্ডলীৰ নাম লিখিবলৈ ঠাই থাকে। সেইবাবে ব্যক্তিজনে উচিতৰূপে কাৰ্ডখনত উল্লেখ কৰা মণ্ডলীৰ সৈতে জড়িত থকা আৱশ্যক। ইয়াৰ অৰ্থ হৈছে এই বেজ কাৰ্ডখন প্ৰত্যেক বাপ্তিষ্মা লোৱা আৰু বাপ্তিষ্মা নোলোৱা প্ৰকাশক দিয়াটো উচিত হʼব। ইয়াৰ ওপৰিও যিসকল ব্যক্তি বা লʼৰা-ছোৱালীয়ে সভাত নিয়মীয়াকৈ উপস্থিত হয় আৰু যিসকলে প্ৰচাৰ কাৰ্য্যত ভাগ লবলৈ আধ্যাত্মিকৰূপে উন্নতি কৰিছে তেওঁলোকৰ প্ৰত্যেককে একোখনকৈ বেজ কাৰ্ড দিয়া আৱশ্যক। বহিষ্কৃত ব্যক্তিক অধিবেশনৰ বেজ কাৰ্ড দিয়াটো উচিত নহʼব।

কাৰ্ডসমূহৰ বিতৰণৰ সময়ত মণ্ডলীৰ প্ৰাচীনে এইটো ঠিৰাং কৰা আৱশ্যক যাতে সংস্থাই দিয়া নিৰ্দ্দেশনৰ অনুসৰি সেই বেজ কাৰ্ডসমূহৰ বিতৰণ কৰা হয়।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক