ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp20 নং ২ পৃষ্ঠা ৩
  • লাখ লাখ লোকৰ প্ৰাৰ্থনা—“তোমাৰ ৰাজ্য আহক”

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • লাখ লাখ লোকৰ প্ৰাৰ্থনা—“তোমাৰ ৰাজ্য আহক”
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • মিল থকা বিষয়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • ঈশ্বৰৰ ৰাজ্য কি হয়?
    বাইবেলে প্ৰকৃততে কি শিকায়?
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
wp20 নং ২ পৃষ্ঠা ৩
সকলো জাতি আৰু বয়সৰ লোকসকলে প্ৰাৰ্থনা কৰি আছে।

লাখ লাখ লোকৰ প্ৰাৰ্থনা “তোমাৰ ৰাজ্য আহক”

বহু বছৰ ধৰি লোকসকলে “ঈশ্বৰৰ ৰাজ্য আহক” বুলি প্ৰাৰ্থনা কৰি আছে। তেওঁলোকে কিয় এইদৰে প্ৰাৰ্থনা কৰে? কিয়নো যীচুৱে নিজৰ শিষ্যসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল।

যীচুৱে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে কোৱা সকলো কথা শিষ্যসকলে আৰম্ভণিতে বুজি পোৱা নাছিল। সেইবাবে, শিষ্যসকলে যীচুক সুধিছিল, “হে প্ৰভু, আপুনি এই কালতে ইস্ৰায়েলক ৰাজ্য পুনৰায় দিব নে?” যীচুৱে তেওঁলোকক পোনপতীয়াকৈ উত্তৰ নিদিলে, সেইবাবে তেওঁলোকে হয়তো আচৰিত হৈছিল। (পাঁচনিৰ কৰ্ম্ম ১:৬, ৭) তেনেহʼলে ইয়াৰ অৰ্থ এয়া নে যে ঈশ্বৰৰ ৰাজ্য কি আৰু এই ৰাজ্য কেতিয়া আহিব, তাৰ বিষয়ে আমি কেতিয়াও জানিব নোৱাৰিম? নহয়।

এই প্ৰহৰীদুৰ্গত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া হʼব:

  • আমাক ঈশ্বৰৰ ৰাজ্যৰ কিয় প্ৰয়োজন আছে?

  • ঈশ্বৰৰ ৰাজ্যৰ ৰজা কোন?

  • এই ৰাজ্যই পৃথিৱীত শাসন কৰিবলৈ কেতিয়া আৰম্ভ কৰিব?

  • এই ৰাজ্যই মানুহৰ বাবে কি কৰিব?

  • আমি এতিয়াৰে পৰা ঈশ্বৰৰ ৰাজ্যক কিয় সমৰ্থন কৰা উচিত?

  • ঈশ্বৰৰ ৰাজ্য কি হয়?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক