ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • wp20 নং ২ পৃষ্ঠা ১৬
  • ঈশ্বৰৰ ৰাজ্য কি হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ ৰাজ্য কি হয়?
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • মিল থকা বিষয়
  • লাখ লাখ লোকৰ প্ৰাৰ্থনা—“তোমাৰ ৰাজ্য আহক”
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • ঈশ্বৰৰ ৰাজ্যই শাসন কৰে
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
  • এতিয়াৰে পৰা ঈশ্বৰৰ ৰাজ্যক সহযোগ কৰক!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
  • ঈশ্বৰৰ ৰাজ্য কি?
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
আৰু চাওক
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২০
wp20 নং ২ পৃষ্ঠা ১৬

ঈশ্বৰৰ ৰাজ্য কি হয়?

এজন ব্যক্তিয়ে চৰকাৰী বিল্ডিঙৰ ওচৰত এখন বেঞ্চত বহি বাইবেল পঢ়ি আছে।

বহুতো লোকে ঈশ্বৰৰ ৰাজ্য আহিবলৈ প্ৰাৰ্থনা কৰে। কিন্তু আপুনি কেতিয়াবা চিন্তা কৰিছেনে ঈশ্বৰৰ ৰাজ্য কি আৰু এয়া কি কৰিব?

মন কৰক পবিত্ৰ শাস্ত্ৰ বাইবেলে কি কৈছে:

  • ঈশ্বৰৰ ৰাজ্য কি হয়?

    এয়া স্বৰ্গৰ পৰা শাসন কৰা চৰকাৰ হয়, যাৰ ৰজা যীচু খ্ৰীষ্ট।—যিচয়া ৯:৬, ৭; মথি ৫:৩; লূক ১:৩১-৩৩.

  • ঈশ্বৰৰ ৰাজ্যই কি কৰিব?

    এয়া সকলো দুষ্টতা নাইকিয়া কৰিব আৰু পৃথিৱীত শান্তি আনিব। —দানিয়েল ২:৪৪; মথি ৬:১০.

  • ঈশ্বৰৰ ৰাজ্যক বিচৰাৰ অৰ্থ কি?

    ইয়াৰ অৰ্থ হৈছে যে আমি এই ৰাজ্যক সম্পূৰ্ণৰূপে সমৰ্থন কৰা আৰু কেৱল এই চৰকাৰেই পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ কৰিব বুলি ভৰসা ৰখা।—মথি ৬:৩৩; ১৩:৪৪.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক