ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৭
  • ইষ্টেৰে ঈশ্বৰৰ লোকসকলৰ পক্ষে থিয় দিছিল

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ইষ্টেৰে ঈশ্বৰৰ লোকসকলৰ পক্ষে থিয় দিছিল
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
  • মিল থকা বিষয়
  • মৰ্দখয় আৰু ইষ্টেৰ
    বাইবেলৰ কাহিনী
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৬
mwb16 ফেব্ৰুৱাৰী পৃষ্ঠা ৭

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ইষ্টেৰ ১-৫

ইষ্টেৰে ঈশ্বৰৰ লোকসকলৰ পক্ষে থিয় দিছিল

ঈশ্বৰৰ লোকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ইষ্টেৰে দেখুৱা বিশ্বাস আৰু সাহস উল্লেখনীয় আছিল

  • ৰজাৰ অনুমতিৰ অবিহনে তেওঁৰ আগত উপস্থিত হোৱাৰ অৰ্থ হৈছে মৃত্যুদণ্ড। ৩০ দিন হʼল, ৰজাই ইষ্টেৰক তেওঁৰ ওচৰলৈ নিমন্ত্ৰণ কৰা নাছিল।

  • ৰজা অহচ্‌বেৰোচ যাৰ আন এক নাম জেৰচ ১ আৰু তেওঁ বৰ খঙাল স্বভাৱৰ লোক আছিল। এবাৰ তেওঁ লোকসকলক সকীয়নি দিবলৈ এজন ব্যক্তিৰ দেহ দুছোৱা কৰি ওলমাই থৈছিল। আনকি, ৰাণী ৱষ্টীয়ে তেওঁৰ আজ্ঞা পালন নকৰাৰ বাবে তাইক ৰাণী পদৰপৰা পদচ্যুত কৰিছিল।

  • ইষ্টেৰে নিজকে যিহূদী বুলি পৰিচয় দি ৰজা অহচ্‌বেৰোচক পতিয়ন নিয়াইছিল যে ৰজাৰ বিশ্বাসী পৰামৰ্শদাতাজনে তেওঁৰ লগত কিবা ছলনা কৰিছে।

ৰাজ প্ৰসাদৰ ভিতৰত ৰজা অহচ্‌বেৰোচে ধৰি থকা ৰাজদণ্ড ডালৰ আগ অংশ ৰাণী ইষ্টেৰে হাতেৰে চুইছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক