ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | হোচেয়া ১-৭
যিহোৱা ঈশ্বৰে বিশ্বস্ত প্ৰেমত আনন্দিত হয়—আপুনিও হয়নে?
বিশ্বস্ত প্ৰেমে আমাক প্ৰতিজ্ঞা পূৰ কৰিবলৈ, নিষ্ঠা বজাই ৰাখিবলৈ, বিশ্বাসী হৈ থাকিবলৈ আৰু গভীৰ সম্পৰ্ক বজাই ৰাখিবলৈ প্ৰেৰণা যোগায়। যিহোৱাই হোচেয়া আৰু তেওঁৰ অবিশ্বাসী পত্নী, গোমৰৰ কাহিনীৰপৰা বিশ্বস্ত প্ৰেম আৰু ক্ষমা কৰাৰ বিষয়ে শিক্ষা দিয়ে।—হোচে ১:২; ২:৭; ৩:১-৫.
গোমৰে নিজৰ ওচৰত বিশ্বস্ত প্ৰেম নাই বুলি কেনেকৈ দেখুৱায়?
ইস্ৰায়েলীসকলে তেওঁলোকলৰ ওচৰত বিশ্বস্ত প্ৰেম নাই বুলি কেনেকৈ দেখুৱায়?
হোচেয়াই কেনেকৈ বিশ্বস্ত প্ৰেম দেখুৱায়?
যিহোৱা ঈশ্বৰে কেনেকৈ বিশ্বস্ত প্ৰেম দেখুৱায়?
ধ্যানৰ বাবে প্ৰশ্ন: যিহোৱা ঈশ্বৰৰ প্ৰতি মই কেনেকৈ বিশ্বস্ত প্ৰেম দেখুৱাব পাৰোঁ?