ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ১৫
  • যিহোৱাৰ দৰে প্ৰকৃত প্ৰেম দেখুৱাওক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ দৰে প্ৰকৃত প্ৰেম দেখুৱাওক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • যিহোৱাৰ প্ৰকৃত প্ৰেম
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২১
  • যিহোৱা ঈশ্বৰ বিশ্বস্ত প্ৰেমত আনন্দিত হয়—আপুনিও হয়নে?
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
  • যিহোৱাৰ প্ৰেম চিৰকাললৈকে থাকে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৫
  • যিহোৱাই আপোনাক বহুত প্ৰেম কৰে!
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ১৫

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱাৰ দৰে প্ৰকৃত প্ৰেম দেখুৱাওক

যিহোৱা প্ৰকৃত প্ৰেম দেখুৱাৰ আটাইতকৈ ভাল উদাহৰণ। (গীত ১০৩:১১) কাৰোবাৰ সুন্দৰতা দেখি হোৱা প্ৰেমক প্ৰকৃত প্ৰেম বুলি কʼব নোৱাৰি, যি অলপ সময়লৈকে থাকে। ইয়াৰ পৰিৱৰ্তে প্ৰকৃত প্ৰেম গভীৰ হয় আৰু চিৰকালৈকে থাকে। যিসকলৰ মাজত প্ৰকৃত প্ৰেম থাকে, তেওঁলোকে এজন-আনজনক কেতিয়াও নেৰে। যিহোৱাই বিভিন্ন উপায়েৰে ইস্ৰায়েলীসকলক প্ৰকৃত প্ৰেম দেখুৱালে। যেনে, তেওঁ ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰ পৰা মুকলি কৰিলে আৰু প্ৰতিজ্ঞা কৰা দেশত লৈ গʼল। (গীত ১০৫:৪২-৪৪) তেওঁ নিজৰ লোকসকলৰ বাবে যুদ্ধ কৰিলে আৰু বাৰে বাৰে পাপ কৰাৰ সত্ত্বেও তেওঁলোকক ক্ষমা কৰি থাকিল। (গীত ১০৭:১৯, ২০) যেতিয়া আমি ‘যিহোৱাৰ নানাবিধ দয়া [প্ৰকৃত প্ৰেম] বিবেচনা কৰিম,’ তেতিয়া আমিও তেওঁৰ দৰে হʼবলৈ উৎসাহিত হম।—গীত ১০৭:৪৩.

ছবি: ‘যিহোৱাৰ নানাবিধ দয়াৰ’ বিষয়ে ভালদৰে বিবেচনা কৰক’ ভিডিঅʼখনৰ ওপৰত আধাৰিত ছবিবোৰ। ১. ভাই বেন আৰু তেওঁৰ লগত আন এজন ভায়ে এগৰাকী ভনীক তাইৰ ঘৰত লগ কৰিছে। ২. ভাই বেন এতিয়া আন ভাইসকলৰ লগত জেলত আছে আৰু বিচনাত শুই থকা এজন বেমাৰী ভাইক কিবা খাবলৈ দিছে।

“ʼযিহোৱাৰ নানাবিধ দয়াৰ’ বিষয়ে ভালদৰে বিবেচনা কৰক” নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি কি কি উপায়েৰে প্ৰকৃত প্ৰেম দেখুৱাব পাৰোঁ?

  • প্ৰকৃত প্ৰেম দেখুৱাবলৈ কিয় ত্যাগ কৰাৰ প্ৰয়োজন?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক