ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ওবদিয়া ১–যোনা ৪
নিজৰ ভুলৰপৰা শিকক
যোনাৰ বিৱৰণৰপৰা আমি শিকিব পাৰোঁ যে যেতিয়া আমি কিবা ভুল কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰে আমাক ত্যাগ নকৰে। কিন্তু আমি নিজৰ ভুলৰপৰা শিক্ষা লাভ কৰা আৰু জীৱনত প্ৰয়োজনীয় পৰিৱৰ্তন কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে।
যোনা ১:৩
যিহোৱা ঈশ্বৰে যেতিয়া যোনাক এটা দায়িত্ব দিছিল, তেতিয়া তেওঁ কি ভুল কৰিছিল?
যোনা ২:১-১০
যোনাই কি প্ৰাৰ্থনা কৰে আৰু যিহোৱা ঈশ্বৰে ইয়াৰ উত্তৰ কেনেকৈ দিয়ে?
যোনা ৩:১-৩
নিজৰ ভুলৰপৰা শিক্ষা লাভ কৰিলে বুলি যোনাই কেনেকৈ দেখুৱায়?