ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ৪-৫
যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিক্ষা
আপুনি আত্মাত দৰিদ্ৰ হয়নে?
“আত্মাত দৰিদ্ৰবিলাক,” এই বাক্যশাৰীয়ে সেই লোকসকলক চিত্ৰিত কৰে, যিসকলে বুজি পায় যে তেওঁলোকক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন আছে। (মথি ৫:৩) যদি আমি ঈশ্বৰৰ নিৰ্দ্দেশনা লাভ কৰিব বিচাৰোঁ, তেনেহʼলে আমি . . .
প্ৰতিদিনে বাইবেল পঢ়া উচিত
সভাৰ বাবে প্ৰস্তুতি আৰু সভাত উপস্থিত থকা উচিত
সংগঠনৰ ফালৰপৰা প্ৰকাশ হোৱা প্ৰকাশনবোৰ আৰু যিমান সম্ভৱ হয়, আমি ৱেবছাইটত প্ৰকাশ হোৱা বিষয়বোৰ পঢ়া উচিত
প্ৰতিমাহে JW ব্ৰডকাষ্টিং চোৱা উচিত
নিয়মিতভাৱে ঈশ্বৰৰ জ্ঞান লৈ থাকিবলৈ মই কি কৰা উচিত?