ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 এপ্ৰিল পৃষ্ঠা ২
  • নিস্তাৰ-পৰ্ব্ব আৰু স্মৰণীয় দিন—সাদৃশ্য আৰু পাৰ্থক্য

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নিস্তাৰ-পৰ্ব্ব আৰু স্মৰণীয় দিন—সাদৃশ্য আৰু পাৰ্থক্য
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • পাঠকসকলৰ প্ৰশ্ন
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 এপ্ৰিল পৃষ্ঠা ২

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মথি ২৬

নিস্তাৰ-পৰ্ব্ব আৰু স্মৰণীয় দিন—সাদৃশ্য আৰু পাৰ্থক্য

২৬:১৮

নিতাৰ-পৰ্ব্বৰ মেৰ পোৱালি, খমিৰ নিদিয়া পিঠা, পাচলি আৰু দাক্ষাৰস

সংখ্যা লিখা ছবিবোৰ চিনাক্ত কৰক।

১

২

৩

৪

ইয়াৰ ভিতৰত কোনবোৰ সামগ্ৰী প্ৰভুৰ সন্ধ্যা ভোজৰ সময়তো ব্যৱহাৰ কৰা হৈছিল?

আপুনি জানেনে?

নিস্তাৰ-পৰ্ব্ব, স্মৰণীয় দিনৰ আভাস নাছিল, কিন্তু নিস্তাৰ-পৰ্ব্বৰপৰা আমি বহুতো কথা শিকিব পাৰোঁ। উদাহৰণস্বৰূপে, পাঁচনি পৌলে যীচুক “আমাৰ নিস্তাৰ-পৰ্ব্বৰ মেৰ পোৱালি” বুলি কৈছিল। (১কৰি ৫:৭) ইস্ৰায়েলীসকলে মিচৰত থকাৰ সময়ত ঘৰৰ দুৱাৰৰ চৌকাঠত লগোৱা মেৰ পোৱালিৰ তেজে যেনেকৈ তেওঁলোকৰ জীৱন ৰক্ষা কৰিছিল, ঠিক সেইদৰে, যীচুৰ তেজেও লোকসকলৰ জীৱন ৰক্ষা কৰে। (যাত্ৰা ১২:১২, ১৩) ইয়াৰ উপৰিও, নিস্তাৰ-পৰ্ব্বত ব্যৱহাৰ হোৱা মেৰ পোৱালিটোৰ কোনো হাড় ভঙা নাছিল। ঠিক সেইদৰে, যীচুৰ মৃত্যুৰ সময়তো তেওঁৰ এডালো হাড় ভঙা নাছিল। সাধাৰণতে স্তম্ভত আঁৰি মৃত্যুদণ্ড দিয়াৰ সময়ত হাড় ভঙাটো সেইসময়ৰ এক নিয়ম আছিল।—যাত্ৰা ১২:৪৬; যোহ ১৯:৩১-৩৩, ৩৬.

যীচুৱে পভু সধ্যা ভোজৰ আৰভ কৰিছিল
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক