ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ৫-৬
আমাৰ মৃত আপোনজনাক পুনৰুত্থান কৰাৰ শক্তি যীচুৰ আছে
আমাৰ কোনোবা আপোনজনাৰ মৃত্যু হʼলে, আমি বিলাপ কৰোঁ। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি পুনৰুত্থানৰ ওপৰত বিশ্বাস নকৰোঁ (আদি ২৩:২)
বাইবেলত বৰ্ণনা কৰা পুনৰুত্থানৰ বিৱৰণৰ ওপৰত ধ্যান কৰিলে, ভৱিষ্যতে হʼবলগীয়া পুনৰুত্থানৰ আশাৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হয়
পুনৰুত্থানৰ সময়ত আপুনি কাক আদৰণি জনাব বিচাৰে?
আপোনাৰ আপোনজনাক পুনৰুত্থানত লগ পোৱাৰ সময়ৰ বিষয়ে আপুনি কি কল্পনা কৰে?