ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 আগষ্ট পৃষ্ঠা ৪
  • দহ মিনা ৰূপৰ দৃষ্টান্তৰপৰা শিক্ষা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দহ মিনা ৰূপৰ দৃষ্টান্তৰপৰা শিক্ষা
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • যীচুৱে দিয়া উদাহৰণৰ পৰা আপুনি কি শিকিব পাৰে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
  • ‘বিশ্বাসী বুদ্ধিমান দাসবৰ্গই’ পৰীক্ষাত কৃতকাৰ্য্য হ’ল!
    ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 আগষ্ট পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | লূক ১৯-২০

দহ মিনা ৰূপৰ দৃষ্টান্তৰপৰা শিক্ষা

১৯:১২-২৪

ভদবংশীয় মানুহজন, দাসসকল, ৰূপ বা টকাৰ টাপোলা

দৃষ্টান্তত বৰ্ণনা কৰা বেলেগ বেলেগ বিষয়বোৰে কি চিত্ৰিত কৰে?

  1. ১. ভদ্ৰবংশীয় মানুহজন যীচুক চিত্ৰিত কৰিছে

  2. ২. দাসসকল, যীচুৰ অভিষিক্ত খ্ৰীষ্টানসকলক চিত্ৰিত কৰিছে

  3. ৩. ভদ্ৰবংশীয় মানুহজনে দাসসকলৰ ওপৰত বিশ্বাস কৰি তেওঁলোকক ৰূপ দিয়া কাৰ্য্যই, শিষ্য বনোৱা গুৰুত্বপূৰ্ণ দায়িত্বক চিত্ৰিত কৰে

যদি খ্ৰীষ্টৰ অভিষিক্ত শিষ্যসকলে এজন দুষ্ট এলেহুৱা দাসৰ দৰে হৈ পৰে, তেনেহʼলে পৰিণাম কি হʼব পাৰে, তাৰ বিষয়ে এই দৃষ্টান্তত এক সতৰ্কবাণী তুলি ধৰা হৈছে। বেছিকৈ শিষ্য বনোৱাৰ বাবে নিজৰ সময়, শক্তি, আনকি ভৌতিক বস্তুবোৰ ব্যৱহাৰ কৰাটো যীচুৱে নিজৰ শিষ্যসকলৰপৰা আশা কৰিছিল।

শিষ্য বনোৱা কাৰ্য্যত মই বিশ্বাসী অভিষিক্ত খ্ৰীষ্টানসকলক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক