ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ১-২
যীচুৰ প্ৰথম আচৰিত কৰ্ম্ম
যীচুৰ প্ৰথম আচৰিত কৰ্ম্মই তেওঁৰ ব্যক্তিত্বৰ বিষয়ে কিছু কথা প্ৰকাশ কৰে। বাইবেলৰ এই বৃতান্তই কেনেকৈ পৰৱৰ্তী বিষয়বোৰৰ ওপৰত শিক্ষা দিয়ে?
মনোৰঞ্জনৰ ক্ষেত্ৰত যীচুৱে ভাৰসাম্যতা বজাই ৰাখিছিল। তেওঁ আনন্দত থাকিছিল আৰু বন্ধুসকলৰ লগত আনন্দেৰে সময় অতিবাহিত কৰিছিল
যীচুৱে লোকসকলৰ অনুভূতিৰ প্ৰতি ধ্যান ৰাখিছিল
যীচু উদাৰ আছিল