ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | মাৰ্ক ১-২
“তোমাৰ পাপ ক্ষমা হল”
এই আচৰিত কৰ্ম্মৰপৰা আমি কি শিকিব পাৰোঁ?
উত্তৰাধিকাৰী সূত্ৰে পোৱা পাপৰ বাবে সকলোৰে বেমাৰ-আজাৰ হয়
লোকসকলৰ পাপ ক্ষমা কৰাৰ অধিকাৰ আৰু ৰোগীক সুস্থ কৰাৰ শক্তি যীচুৰ ওচৰত আছে
ঈশ্বৰৰ ৰাজ্যত, যীচুৱে অসিদ্ধতা আৰু বেমাৰ-আজাৰ চিৰকালৰ বাবে নাইকিয়া কৰিব
যেতিয়া মই কোনো গভীৰ ৰোগত ভোগো, তেতিয়া মাৰ্ক ২:৫-১২ পদে সহন কৰিবলৈ মোক কেনেকৈ সহায় কৰিব?