ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 ডিচেম্বৰ পৃষ্ঠা ৪
  • ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • বৰ্তমান সময়ত প্ৰশাসন গোষ্ঠীয়ে কেনেকৈ কাৰ্য্য কৰে?
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
  • “বিশ্বাসী বুদ্ধিমান দাস” কোন আৰু তেওঁলোকে কি কৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • যিহোৱাই নিজৰ সংগঠনক চলাই আছে
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • ধৈৰ্য্য আৰু শান্ত্বনাৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 ডিচেম্বৰ পৃষ্ঠা ৪
পথম শতিকাৰ মডলীয়ে পশাসন গোষ্ঠীৰ নিৰ্ণয় পঢ়াৰ সময়ত মনোযোগেৰে শুনিছ

মণ্ডলীয়ে প্ৰশাসন গোষ্ঠীৰ নিৰ্ণয় মনোযোগেৰে শুনিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | পাঁচনিৰ কৰ্ম্ম ১৫-১৬

ঈশ্বৰৰ বাক্যৰ আধাৰত একে মনৰ নিৰ্ণয়

এই বিষয়টো যিদৰে সমাধান কৰা হৈছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ?

১৫:১, ২—নম্ৰ হোৱা আৰু ধৈৰ্য্য ধৰা উচিত। পৌল আৰু বাৰ্ণাব্বাই সমস্যাটোৰ সমাধান নিজে কৰাৰ পৰিৱৰ্তে, যিহোৱাৰ সংগঠনৰপৰা নিৰ্দেশনা বিচাৰে।

১৫:২৮, ২৯—ঈশ্বৰৰ সংগঠনৰ ওপৰত ভৰসা কৰা উচিত। মণ্ডলীৰ ভাই-ভনীসকলৰ ভৰসা আছিল যে যিহোৱা ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মা আৰু যীচু খ্ৰীষ্টৰ যোগেদি নিৰ্দেশনা দিব।

১৬:৪, ৫—আজ্ঞা পালন কৰা উচিত। প্ৰশাসন গোষ্ঠীৰ নিৰ্দেশনা পালন কৰাৰ বাবে মণ্ডলীবোৰত উন্নতিয়ে দেখা দিয়ে।

অলপতে যিহোৱাৰ সংগঠনৰপৰা লাভ কৰা যিকোনো এটা নিৰ্দেশনাৰ বিষয়ে কওক।

এই নিৰ্দেশনা পালন কৰি মই কেনেকৈ উপকৃত হৈছোঁ?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক