ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 এপ্ৰিল পৃষ্ঠা ৭
  • যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • পীড়িত লোকক শান্ত্বনা প্ৰদান কৰক
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • প্ৰকৃত শান্ত্বনা ক’ত পাব পাৰি?
    ২০০৩ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 এপ্ৰিল পৃষ্ঠা ৭
চিকিৎসালয়ত অপেক্ষা কৰি থকা বৰ দুখিত লোক

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ কৰিন্থীয়া ১-৩

যিহোৱা হৈছে ‘সকলো শান্ত্বনাৰ ঈশ্বৰ’

১:৩, ৪

যিহোৱা ঈশ্বৰে আগবঢ়োৱা শান্ত্বনাৰ একমাত্ৰ উৎস হৈছে খ্ৰীষ্টান মণ্ডলী। শোকত থকা লোকসকলক আমি কি কি উপায়েৰে শান্ত্বনা দিব পাৰোঁ?

  • তেওঁলোকৰ কথা মনোযোগেৰে শুনক

  • “যিবিলাকে ক্ৰন্দন কৰে; তেওঁবিলাকে সৈতে ক্ৰন্দন কৰা।”—ৰোম ১২:১৫

  • উৎসাহজনক কাৰ্ড দিয়ক, ই-মেইল বা মেছেজ কৰক।—w১৭.০৭-HI ১৫, বক্স

  • তেওঁলোকৰ বাবে আৰু তেওঁলোকৰ সৈতে প্ৰাৰ্থনা কৰক

তলত দিয়া শাস্ত্ৰপদবোৰৰপৰা বহুতোলোকে শান্ত্বনা লাভ কৰে:

  • “যিহোৱা ভগ্ন-চিত্তীয়াবিলাকৰ ওচৰ; খেদিত মন হোৱাবিলাকক তেওঁ পৰিত্ৰাণ কৰে।”—গীত ৩৪:১৮, ১৯

  • “মোৰ আন্তৰিক চিন্তাৰ বাহুল্যত, তুমি দিয়া শান্ত্বনাই মোৰ মন আনন্দিত কৰে।”—গীত ৯৪:১৯

  • “আমাৰ প্ৰভু যীচু খ্ৰীষ্টে নিজে, আৰু যি জনাই আমাক প্ৰেম কৰি আমাক অনন্ত শান্ত্বনা আৰু উত্তম আশা অনুগ্ৰহেৰে দিলে, আমাৰ সেই পিতৃ ঈশ্বৰেও তোমালোকৰ হৃদয়ক শান্ত্বনা দিয়ক।”—২থিচ ২:১৬, ১৭

এজন ব্যক্তিয়ে শান্ত্বনাদায়ক শাস্ত্ৰীয় পদ কাৰ্ডত লিখিছে
    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক