ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ২
  • এক “ভাবাৰ্থ” কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এক “ভাবাৰ্থ” কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ২
হাগাৰ আৰু চাৰাৰ পিছফালে থকা মন্দিৰত বলিদান আগবঢ়াইছে; শিষ্যসকলে প্ৰচাৰ কৰিছে; এখন নুৰা পঢ়াৰ সময়ত শিষ্যসকলে মনোযোগেৰে শুনিছে

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | গালাতীয়া ৪-৬

এক “ভাবাৰ্থ” কাহিনী, যি আমাৰ বাবে অৰ্থ ৰাখে

৪:২৪-৩১

নিয়ম চুক্তিতকৈ নতুন নিয়ম কিমান শ্ৰেষ্ঠ, ইয়াৰ বিষয়ে বুজাবলৈ পাঁচনি পৌলে “ভাবাৰ্থ” কাহিনী ব্যৱহাৰ কৰিছিল। যীচু খ্ৰীষ্ট আৰু তেওঁৰ উত্তৰাধিকাৰীসকলৰ অধীনত গোটেই মানৱজাতিয়ে পাপ, অসিদ্ধতা, দুখ-কষ্ট আৰু মৃত্যুৰপৰা মুক্তি লাভ কৰিব।—যিচ ২৫:৮, ৯.

হাগাৰ—এগৰাকী বেটী

নিয়ম চুক্তিৰ অধীনত থকা ইস্ৰায়েলৰ ৰাজধানী যিৰূচালেম আছিল

চাৰা—স্বাধীন তিৰোতা

উৰ্দ্ধলোকত থকা যিৰূচালেম অৰ্থাৎ ঈশ্বৰৰ স্বৰ্গীয় সংগঠন

হাগাৰৰ “সন্তান”

যিহূদী লোকসকলে (যিসকলে মোচিৰ নিয়ম পালন কৰিবলৈ প্ৰতিজ্ঞা কৰিছিল) যীচুক তাড়না দিছিল আৰু অস্বীকাৰ কৰিছিল

চাৰাৰ “সন্তান”

খ্ৰীষ্ট আৰু ১,৪৪,০০০ অভিষিক্ত খ্ৰীষ্টানসকল

নিয়ম চুক্তিৰ অধীনত

ইস্ৰায়েলীসকল পাপৰ দাস হৈ আছে বুলি নিয়ম চুক্তিয়ে মনত পেলাই দিয়ে

নতুন নিয়মে মুক্ত কৰে

খ্ৰীষ্টৰ বলিদানৰ ওপৰত কৰা বিশ্বাসে পাপৰ দাসত্বৰপৰা মুক্তি লাভ কৰিবলৈ সম্ভৱ কৰি তোলে

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক