ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 জুন পৃষ্ঠা ৪
  • যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • ভাল নিৰ্ণয় কেনেকৈ লʼব পাৰি?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ঈশ্বৰৰ সিদ্ধান্তসমূহৰ দ্বাৰা আপোনাৰ পথ প্ৰদৰ্শন কৰক
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
  • নিজৰ কাপোৰ-কানিৰ বিষয়ে চিন্তা কৰাটো কিয় প্ৰয়োজন?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • সদায় যিহোৱাক মনত ৰাখক
    আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 জুন পৃষ্ঠা ৪

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি?

আমাৰ জীৱনৰ সৰু-ডাঙৰ নিৰ্ণয় লোৱাৰ আগতে আমি যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি, তাক জানিব বিচাৰোঁনে? আমি যিহোৱা ঈশ্বৰৰ বিষয়ে সকলো কথা জনাটো সম্ভৱ নহয়। কিন্তু বাইবেলত তেওঁ নিজৰ বিষয়ে বহুতো কথা উল্লেখ কৰিছে, যিয়ে আমাক “সকলো সৎকৰ্ম্ম” কৰিবলৈ সহায় কৰে। (২তীম ৩:১৬, ১৭; ৰোম ১১:৩৩, ৩৪) যিহোৱা ঈশ্বৰৰ ইচ্ছা যীচুৱে ভালদৰে জানিছিল আৰু তেওঁৰ ইচ্ছাৰ অনুসৰি নিজৰ জীৱন অতিবাহিত কৰিছিল। (যোহ ৪:৩৪) গতিকে, আমিও যীচুৰ দৰে যিহোৱা ঈশ্বৰক আনন্দিত কৰিব পৰা নিৰ্ণয় লʼব পাৰোঁ।—যোহ ৮:২৮, ২৯; ইফি ৫:১৫-১৭.

যিহোৱাৰ ইচ্ছা জানিবলৈ চেষ্টা কৰক (লেবী ১৯:১৮) নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমি জীৱনত বাইবেলৰ সিদ্ধান্ত কিয় পালন কৰা উচিত?

  • আমি কোনটো সিদ্ধান্ত মনত ৰাখি সংগীত বাছনি কৰা উচিত?

  • আমি কোনটো সিদ্ধান্ত মনত ৰাখি সাজ-পাৰ পৰিধান কৰা উচিত?

  • আমি আৰু কি কি ক্ষেত্ৰত বাইবেলৰ সিদ্ধান্ত পালন কৰা উচিত?

  • যিহোৱাৰ ইচ্ছা আৰু ভালদৰে জানিবলৈ আমি কি কৰিব পাৰোঁ?

বিভিন্ন পৃষ্ঠভূমিৰপৰা অহা কিশোৰ-কিশোৰীসকলে বিভিন্ন ধৰণৰ কাপোৰ পৰিধান কৰি ফটো লৈছে

মোৰ নিৰ্ণয়ে যিহোৱাৰ লগত থকা সম্পৰ্কৰ বিষয়ে কি প্ৰমাণ কৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক