১৯৪৫ চনত জাৰ্মানীৰ এখন যাতনা শিবিৰৰপৰা বিশ্বাসী ভাইসকল মুকলি হয়
আলোচনাৰ বাবে আৰ্হি
●○○ প্ৰথম সাক্ষাৎ
প্ৰশ্ন: হৃদয়েৰে ঈশ্বৰক উপসনা কৰিব বিচৰা লোকসকলৰ প্ৰতি ঈশ্বৰে কেনে অনুভৱ কৰে?
পদ: ১পিত ৫:৬, ৭
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে আমাৰ প্ৰতিজনকে কিমান ব্যাপকভাৱে যত্ন লয়?
○●○ প্ৰথম পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে আমাৰ প্ৰতিজনকে কিমান ব্যাপকভাৱে যত্ন লয়?
পদ: মথি ১০:২৯-৩১
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে আমাক ভালদৰে বুজি পায় বুলি আমি কেনেকৈ কʼব পাৰোঁ?
○○● দ্বিতীয় পুনৰ সাক্ষাৎ
প্ৰশ্ন: ঈশ্বৰে আমাক ভালদৰে বুজি পায় বুলি আমি কেনেকৈ কʼব পাৰোঁ?
পদ: গীত ১৩৯:১, ২, ৪
পৰৱৰ্তী সাক্ষাতৰ বাবে: ঈশ্বৰে যিদৰে আমাৰ যত্ন লয়, তাৰপৰা আমি কেনেকৈ লাভৱান হʼব পাৰোঁ?