চেপ্টেম্বৰ ২-৮
ইব্ৰী ৭-৮
গীত ১৬ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“মল্কীচেদকৰ ৰীতি-অনুসাৰে, নিত্য পুৰোহিত”: (১০ মি.)
ইব্ৰী ৭:১, ২—ৰজা আৰু পুৰোহিত মল্কীচেদকে অব্ৰাহমক লগ পায় আৰু আশীৰ্ব্বাদ দিয়ে (it-২-E ৩৬৬)
ইব্ৰী ৭:৩—মল্কীচেদকৰ “বংশাৱলি” নাছিল আৰু তেওঁ “সদায় পুৰোহিত হৈ থাকে” (it-২-E ৩৬৭ ¶৪)
ইব্ৰী ৭:১৭—যীচু হৈছে ‘মল্কীচেদকৰ ৰীতি-অনুসাৰে নিত্য পুৰোহিত’ (it-২-E ৩৬৬)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ইব্ৰী ৮:৩—মোচিৰ নিয়মত আগবঢ়োৱা উপহাৰ আৰু বলিদান উৎসৰ্গ কৰাৰ মাজত কি পাৰ্থক্য আছিল?
ইব্ৰী ৮:১৩—যিৰিমিয়াৰ দিনত নিয়ম চুক্তি কেনেকৈ “জীৰ্ণপ্ৰায়” হৈ পৰিছিল? (it-১-E ৫২৩ ¶৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) ইব্ৰী ৭:১-১৭ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
পঢ়া আৰু শিক্ষা দিয়াত উন্নতি কৰক: (১০ মি.) আলোচনা। ছবি আৰু ভিডিঅʼৰ ব্যৱহাৰ নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শিক্ষা ব্ৰচাৰখনৰপৰা অধ্যায় ৯ আলোচনা কৰক।
ভাষণ: (৫ মি. বা কম) it-১-E ৫২৪ ¶৩-৫—বিষয়: নতুন নিয়ম কি হয়? (শিক্ষা অধ্যায় ৭)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
সংগঠনে লাভ কৰা সফলতা: (১৫ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক। সকলোকে মুখ্য কাৰ্য্যালয় অথবা স্থানীয় শাখা কাৰ্য্যালয়লৈ যাবলৈ উৎসাহিত কৰক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলে শিকায় অধ্যায় ৮ ¶২২-২৩, অতিৰিক্ত লেখ ২১৫-২১৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২২ আৰু প্ৰাৰ্থনা