ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb19 নৱেম্বৰ পৃষ্ঠা ৪
  • সত্যত থাকিবলৈ আমি সংঘৰ্ষ কৰা উচিত

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • সত্যত থাকিবলৈ আমি সংঘৰ্ষ কৰা উচিত
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
  • মিল থকা বিষয়
  • বিশ্বাস, আচৰণ আৰু প্ৰেমৰ বিষয়ে উপদেশ
    বাইবেল ইয়াত আপোনাৰ বাবে ভাল খবৰ আছে।
  • তেওঁলোকে যীচুৰ বিষয়ে লিখিছিল
    আপোনাৰ সন্তানক শিক্ষা দিয়ক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৯
mwb19 নৱেম্বৰ পৃষ্ঠা ৪

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ২ যোহন ১-১৩; ৩ যোহন ১-১৪–যিহূদা ১-২৫

সত্যত থাকিবলৈ আমি সংঘৰ্ষ কৰা উচিত

যিহূদা ৩

এজন ব্যক্তিয়ে ঠেক দূৱাৰেদি সোমাবলৈ যথেষ্ট কষ্ট কৰিছে

যীচুৱে সতৰ্ক কৰিছিল: “ঠেক দুৱাৰেদি সোমাবলৈ প্ৰাণপণে চেষ্টা কৰা।” (লূক ১৩:২৪) যীচুৰ বাক্যই উনুকিয়াই দিয়ে যে ঈশ্বৰৰ অনুমোদন লাভ কৰিবলৈ হʼলে আমি কঠিন পৰিশ্ৰম কৰা উচিত। যীচুৰ ভায়েক যিহূদাই প্ৰেৰিত হৈ সেই একেই কথা লিখিছিল: “বিশ্বাসৰ পক্ষে প্ৰাণপণ” সংঘৰ্ষ কৰক। নিম্নলিখিত কাম কৰিবলৈ কঠিন পৰিশ্ৰম কৰাৰ প্ৰয়োজন:

  • যৌন অনৈতিক কাৰ্য্যৰপৰা দূৰে থাকিবলৈ।—যিহূ ৬, ৭

  • অধিকাৰত থকা লোকসকলক সন্মান কৰিবলৈ।—যিহূ ৮, ৯

  • “পৰম পবিত্ৰ বিশ্বাসৰূপ” খ্ৰীষ্টান শিক্ষাৰ দ্বাৰা বিশ্বাস দৃঢ় কৰিবলৈ।—যিহূ ২০, ২১

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক